TIME8

TIME8 TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India.

TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists. Today, TIME8 is a household name having millions of followers across the North-East on different digital platforms.

19/09/2025

উজনিত পেট্ৰ'ল-ডিজেলৰ নাটনি।পেট্ৰ'ল পাম্পত হাজাৰ হাজাৰ বাহনৰ দীঘলীয়া শাৰী । পেট্ৰ'ল নাপায় গ্ৰাহকৰ মাজত হাহাকাৰ।

19/09/2025

📌'এনেকুৱা দুৰ্নীতি মানুহক মই SUPPORT নকৰো'
📌'তাইক দুৰ্নীতিৰ শিক্ষা দিয়া নাছিলো, পঢ়িবলৈ দিছিলো
📌গোলাঘাটত নিজা বাসগৃহ থকাৰ পিছতো কিয় ভাড়াঘৰত থাকে নূপূৰৰ পিতৃয়ে ?
📌সংবাদ মাধ্যৰ আগত বহু বিস্ফুৰক মন্তব্য ACS নূপুৰ বৰাৰ পিতৃৰ।

19/09/2025

'তাইক দুৰ্নীতিৰ শিক্ষা দিয়া নাছিলো, পঢ়িবলৈ দিছিলো,ভাল মানুহ হ'বলৈ দিছিলো। তাই ইয়াৰ কাৰণে কঠোৰ শাস্তি পাওক। ঘোচ লৈ সম্পত্তিৰ পাহাৰ গঢ়ি CM ভিজিলেন্সৰ জালত পৰা ACS নুপূৰ বৰাৰ পিতৃৰ মন্তব্য।

📌গোলাঘাটত নূপুৰ বৰাৰ পিতৃৰ ঘৰতো CM ভিজিলেন্সৰ অভিযান
19/09/2025

📌গোলাঘাটত নূপুৰ বৰাৰ পিতৃৰ ঘৰতো CM ভিজিলেন্সৰ অভিযান

19/09/2025

ৰূপহীহাটৰ লাইলুৰিত নিশা ভয়ংকৰ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ আব্দুল মালেকৰ সৈতে শোকাৱহ ঘটনা! ঘটনাক কেন্দ্ৰ কৰি নিশাই সমগ্ৰ অঞ্চলত হাহাকাৰ পৰিস্থিতি।

19/09/2025

১ অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন লোৱাৰ নিয়ম।ৰেচন ল'ব যাওতে কি কি কৰিব লাগিব ? শীঘ্ৰেই কৰক এই কাম।

19/09/2025

📌'কংগ্ৰেছৰ সভাত এতিয়া মিঞা গীত বাজিব আৰম্ভ কৰিছে,
📌'দুদিনৰ পিছত ৰাজীৱ ভৱনত আৰু গৌৰৱ গগৈৰ ঘৰতো মিঞা গীত বাজিব'।
📌BTRত জয়ন্ত মল্ল বৰুৱাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ কৰি মন্তব্য মন্ত্ৰীগৰাকীৰ।

19/09/2025

উজনিত মিঞা বিচাৰি বিপদত জাতীয় দল-সংগঠন। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে অসমৰ সচিবলৈ প্ৰেৰণ কৰিছে জাননী। বান্ধি দিলে ২১ দিনৰ সময়সীমা। ২১ দিনৰ পিছতেই লোৱা হ'ব ব্যৱস্থা।

19/09/2025

পূজাৰ নামত বলপূৰ্বক তুলিব নোৱাৰিব চান্দা। নিয়ম ভংগ কৰা পূজা কমিটীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। দুৰ্গা পূজাক লৈ আহি গ'ল ২৫ টাকৈ কঠোৰ নিৰ্দেশনা।

19/09/2025

আহি গ'ল নতুন আইন। ১ অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলেই ২ বছৰ পৰ্যন্ত হ'ব জে'ল।

19/09/2025

ৰাছিয়াত ৭.৮ প্ৰাবল্যৰ বৃহৎ ভূমিকম্প। দুটাকৈ প্ৰচণ্ড ভূমিকম্পৰ ফলত ৰাছিয়াত হাহাকাৰ। ভূমিকম্পৰ পিছতে ৰাছিয়াত জাৰি ছুনামিৰ এলাৰ্ট। যিকোনো মূহুৰ্তত প্ৰকৃতিয়ে ল'ব পাৰে কালৰূপ।

19/09/2025

নূপুৰ কাণ্ডৰ পিছতেই মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। চৰকাৰী বিষয়া, লাট মণ্ডলে ঘোচ বিচাৰিলেই দিয়ক অভিযোগ। ১ ছেকেণ্ডত ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। মুকলি ফোন নম্বৰ।

Address

1st Floor
Gauhati
781005

Alerts

Be the first to know and let us send you an email when TIME8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME8:

Share

Connect with us on all our handles

Time8 is now available on Twitter, Instagram and Youtube

Follow us for breaking news alerts and much more