12/09/2026
G.L.C কলেজৰ অধ্যাপক ছেলিম উদ্দিন আৰু আমাৰ মাজত নাই | শোকত স্তব্ধ সকলো
অতি দুখজনক খবৰ।
G.L.C কলেজৰ অধ্যাপক ছেলিম উদ্দিন আৰু আমাৰ মাজত নাই।
তেখেতৰ মৃত্যুৰ খবৰে ছাত্ৰ-ছাত্ৰী, সহকৰ্মী আৰু শুভাকাংক্ষীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।
মহান আল্লাহে তেখেতক জান্নাতুল ফিৰদৌছ নচিব কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই কঠিন সময়ত ধৈৰ্য ধৰাৰ শক্তি প্ৰদান কৰক তাৰে কামনা সকলোৰে।
#শোক #ছেলিমউদ্দিন