01/11/2025
🔴 যোৰহাটত জনজাতিকৰণৰ দাবীত চুতীয়া জনগোষ্ঠীৰ বিশাল ৰেলি
🔴 পশ্চিম যোৰহাট খেলপথাৰৰ গণসমাবেশ অনুষ্ঠিত কৰি জিলা আয়ুক্ত কাৰ্যলযৰ সন্মুখলৈকে হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠী লোকে বাহিৰ কৰে ৰেলি ।
🔴 জনজাতিকৰণ নকৰিলে ২৬ ৰ নিৰ্বাচনত চৰকাৰে ফল ফুগিব লাগিব বুলি হুংকাৰ চুতীয়া জনগোষ্ঠী ৰাজত্ব Part 12