Bhal Khabar

Bhal Khabar Bhal Khabar. featuring all the good and positive news. follow us on YouTube " Bhal khabar " An Assamese Weekly.

বিশ্বৰ ধনী উদ্যোগপতি গৌতম আদানী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ'ল কাহিলীপাৰাৰ বাসগৃহত।
28/09/2025

বিশ্বৰ ধনী উদ্যোগপতি গৌতম আদানী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ'ল কাহিলীপাৰাৰ বাসগৃহত।

আজি 'ৰাষ্ট্ৰীয় কন্যা দিৱস'। প্ৰতিগৰাকী কন্যালৈ যাঁচিলো আন্তৰিক শুভেচ্ছা...
28/09/2025

আজি 'ৰাষ্ট্ৰীয় কন্যা দিৱস'। প্ৰতিগৰাকী কন্যালৈ যাঁচিলো আন্তৰিক শুভেচ্ছা...

আজি ষষ্ঠী।ষষ্ঠীৰ বেদীত আজি প্ৰতিষ্ঠা মা দেৱী দুৰ্গা।
28/09/2025

আজি ষষ্ঠী।ষষ্ঠীৰ বেদীত আজি প্ৰতিষ্ঠা মা দেৱী দুৰ্গা।

আজি গুৱাহাটীৰ দুখনকৈ উৰণসেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৪৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ ২৯০ মিঃ দৈৰ্ঘ্যৰ প...
27/09/2025

আজি গুৱাহাটীৰ দুখনকৈ উৰণসেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৪৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ ২৯০ মিঃ দৈৰ্ঘ্যৰ পাণবজাৰ উৰণসেতু।

আৰু আনখন ৬৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ ৫৩৭ মিটাৰ দৈৰ্ঘ্যৰ পানীখাইটীত জয়ন্ত হাজৰিকা উৰণ সেতু।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃ/ত্যু/ সন্দৰ্ভত পত্নী গৰিমা গাৰ্গে পৰিয়ালৰ তৰফৰ পৰা দাখিল কৰিলে এজাহাৰ
27/09/2025

জুবিন গাৰ্গৰ ৰহস্যজনক মৃ/ত্যু/ সন্দৰ্ভত পত্নী গৰিমা গাৰ্গে পৰিয়ালৰ তৰফৰ পৰা দাখিল কৰিলে এজাহাৰ

জুবিনক ন্যায় দিব নোৱাৰিলে '২৬ ত মোক কিয় ভোট দিব? জুবিনক ন্যায় দিয়াটো মোৰ দায়িত্ব-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।    ...
27/09/2025

জুবিনক ন্যায় দিব নোৱাৰিলে '২৬ ত মোক কিয় ভোট দিব? জুবিনক ন্যায় দিয়াটো মোৰ দায়িত্ব-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজি জুবিন গাৰ্গৰ বাসগৃহত পৰিয়ালক সাক্ষাৎ আৰু শ্ৰদ্ধাঞ্জলি জনাই কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য সন্ধিয়াই ।
27/09/2025

আজি জুবিন গাৰ্গৰ বাসগৃহত পৰিয়ালক সাক্ষাৎ আৰু শ্ৰদ্ধাঞ্জলি জনাই কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য সন্ধিয়াই ।

‘'শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। ৬ অক্টোবৰত আপোনালোকক অসমত বিচাৰিছোঁ। ফেচ...
27/09/2025

‘'শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। ৬ অক্টোবৰত আপোনালোকক অসমত বিচাৰিছোঁ। ফেচবুক লাইভ বা পত্ৰ লিখি জনতা আৰু আইনৰ পৰা সাৰি যাব নোৱাৰিব। জনতাৰ ক্ষোভৰ সৈতে খেলা নকৰিব। জুবিন ঘটনাৰ ন্যায় লাগে।" জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ।

‘শ্যামকানু মহন্তৰ সকলো একাউণ্ট, PAN Card, Credit Card আমি সকলো ফ্ৰীজ কৰিছো’— মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।  ...
27/09/2025

‘শ্যামকানু মহন্তৰ সকলো একাউণ্ট, PAN Card, Credit Card আমি সকলো ফ্ৰীজ কৰিছো’— মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।




ৰাস্তাত এদল জুবিন বলিয়া যুৱক... ডিজিটেল ডেস্কঃ ৰাস্তাত এদল জুবিন বলিয়া যুৱকে একগোট হৈ কৰিছে কি? তেওঁলোকে এখন বিশাল  প্...
27/09/2025

ৰাস্তাত এদল জুবিন বলিয়া যুৱক...

ডিজিটেল ডেস্কঃ ৰাস্তাত এদল জুবিন বলিয়া যুৱকে একগোট হৈ কৰিছে কি? তেওঁলোকে এখন বিশাল প্ৰতিচ্ছবি অংকন কৰিছে ৰাস্তাৰ এটা পাৰে। কাৰ ছবি আঁকিছে। তেওঁলোকে আঁকিছে প্ৰিয় শিল্পীৰ ছবি।

বিশাল আকাৰৰ প্ৰতিচ্ছবি অংকন এদল জুবিন বলিয়া যুৱকৰ। অংকনৰ লগতে জুবিনৰ গানেৰেই জুবিনক শ্ৰদ্ধাঞ্জলি যুৱ চিত্ৰ শিল্পী সকলৰ।

নিশা উজাগৰে থাকি, জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনত ব্যস্ত হৈছে এইসকল তৰুণ, গুণগুণাইছে জুবিনৰ গান।

জুবিন গাৰ্গৰ মুখাগ্নি কৰাৰ পৰাই আৰম্ভ কৰা হৈছে এইখন সু বিশাল প্ৰতিচ্ছবি।

এতিয়া প্ৰাণ পাই উঠিছে প্ৰিয় শিল্পী গৰাকীৰ প্ৰতিচ্ছবি, পূৰ্ণতা পাবলৈ ক্ষন্তেক বাকী।

ৰঙিয়াৰ মাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুৰ ৱালত অংকিত হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি।

প্ৰিয় শিল্পী গৰাকীক সকলোৰে মাজত জীয়াই ৰাখিবলৈ উদবাউল এইসকল জুবিন বলিয়া তৰুণ ৷

দেশৰ নেটৱৰ্ক সেৱাত আজিৰে পৰা নতুন সংযোজন। পাঞ্জাবাৰীৰ কলাক্ষেত্ৰত BSNLৰ 4G নেটৱৰ্ক উদ্বোধনী অনুষ্ঠান।প্ৰাণৰ জুবিনক শ্ৰদ্...
27/09/2025

দেশৰ নেটৱৰ্ক সেৱাত আজিৰে পৰা নতুন সংযোজন। পাঞ্জাবাৰীৰ কলাক্ষেত্ৰত BSNLৰ 4G নেটৱৰ্ক উদ্বোধনী অনুষ্ঠান।প্ৰাণৰ জুবিনক শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও বিষয়াৰ।

বড়োভূমি দখল BPF ৰ। ২৮খন আসন দখলেৰে BPFৰ বিজয় আনন্দ ।
27/09/2025

বড়োভূমি দখল BPF ৰ। ২৮খন আসন দখলেৰে BPFৰ বিজয় আনন্দ ।

Address

Gauhati
781008

Alerts

Be the first to know and let us send you an email when Bhal Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhal Khabar:

Share

Our Story

Bhal Khabar. A weekly newspaper from Guwahati, Assam, featuring all the good and positive news.