Bhal Khabar

Bhal Khabar Bhal Khabar. featuring all the good and positive news. follow us on YouTube " Bhal khabar " An Assamese Weekly.

'ভৰি চুবলৈ সকলোকে মানা কৰিছিলো, না কৈছিলো। তাৰ পিছত কি কৰিম? থাপ্পৰ দিম নেকি? মাৰিম নেকি?' বানত জুৰুলা অসমীয়া মহিলাই ভৰ...
10/08/2026

'ভৰি চুবলৈ সকলোকে মানা কৰিছিলো, না কৈছিলো। তাৰ পিছত কি কৰিম? থাপ্পৰ দিম নেকি? মাৰিম নেকি?' বানত জুৰুলা অসমীয়া মহিলাই ভৰিত ধৰি বান সাহায্যৰ ধন লোৱা বিতৰ্ক সন্দৰ্ভত আজমলৰ প্ৰতিক্ৰিয়া।

জুবিন গাৰ্গৰ আজি ১১মহীয়া তিথি।
10/08/2026

জুবিন গাৰ্গৰ আজি ১১মহীয়া তিথি।

এতিয়াৰে পৰা জুবিন নগৰ আমগুৰিৰ শান্তিবন! ‘জুবিন নগৰ’ নামেৰে নতুন পৰিচয় পালে শিৱসাগৰৰ আমগুৰিৰ শান্তিবনে!
10/08/2026

এতিয়াৰে পৰা জুবিন নগৰ আমগুৰিৰ শান্তিবন! ‘জুবিন নগৰ’ নামেৰে নতুন পৰিচয় পালে শিৱসাগৰৰ আমগুৰিৰ শান্তিবনে!

ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চেনি-দাইল।
10/08/2026

ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চেনি-দাইল।

আজিৰে পৰা শিৱসাগৰত বিদ্যালয় খুলাৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু সাহায্য শিবিৰ আৰু বান বিধ্বস্ত অঞ্চলৰ বিদ্যালয়সমূহ বন্ধ থাকি...
10/08/2026

আজিৰে পৰা শিৱসাগৰত বিদ্যালয় খুলাৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু সাহায্য শিবিৰ আৰু বান বিধ্বস্ত অঞ্চলৰ বিদ্যালয়সমূহ বন্ধ থাকিব।

অসমবাসীৰ বাবে ভাল খবৰ। প্ৰথমবাৰলৈ BWF টাইটেলৰ খিতাপ অৰ্জন অসম সন্তান অস্মিতা চলিহাৰ।
09/08/2026

অসমবাসীৰ বাবে ভাল খবৰ। প্ৰথমবাৰলৈ BWF টাইটেলৰ খিতাপ অৰ্জন অসম সন্তান অস্মিতা চলিহাৰ।

মিছন বসুন্ধৰা ৪০ আৰম্ভ হ'ব ২৫ ডিচেম্বৰৰ পৰা। ঘোষণা মুখ্যমন্ত্ৰীৰ।
09/08/2026

মিছন বসুন্ধৰা ৪০ আৰম্ভ হ'ব ২৫ ডিচেম্বৰৰ পৰা।
ঘোষণা মুখ্যমন্ত্ৰীৰ।

ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। কাইলৈৰ পৰা পাব ১ কে.জি মচুৰ দাইল আৰু চেনি।
09/08/2026

ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ।
কাইলৈৰ পৰা পাব ১ কে.জি মচুৰ দাইল আৰু চেনি।

"যিসকলে মোক গালি পাৰিলে তেওঁলোকৰ কাৰণে নৈৰ পানী সোমোৱা দি টকা সোমালে।" মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ আৰ্থিক সাহায্যক লৈ এ...
08/08/2026

"যিসকলে মোক গালি পাৰিলে তেওঁলোকৰ কাৰণে নৈৰ পানী সোমোৱা দি টকা সোমালে।"
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ আৰ্থিক সাহায্যক লৈ একাংশই সমালোচনা কৰাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ।

৯ আগষ্টৰ পৰা বান বিধ্বস্ত জিলাসমূহত চলিব জৰীপ। তথ্যসমূহ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব মোবাইল APPৰ জৰিয়তে।  মন্তব্য মুখ্যমন্ত্ৰী...
08/08/2026

৯ আগষ্টৰ পৰা বান বিধ্বস্ত জিলাসমূহত চলিব জৰীপ। তথ্যসমূহ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব মোবাইল APPৰ জৰিয়তে। মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Address

Guwahati
781001

Alerts

Be the first to know and let us send you an email when Bhal Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhal Khabar:

Shortcuts

Share