Ne Plus

Ne Plus Voice of North-East
(1)

01/11/2025

দুই দৃষ্টিহীন কনমানিৰ গীত শুনি উচুপি উঠিছিল ৰাষ্ট্ৰপতি। মাকৰ হাতত ধৰি 'ৰৈ ৰৈ বিনালে' চাবলৈ আহিল কনমানি দুটি।

01/11/2025

'মোস্তাফা কামালৰ মুখৰ পৰা পায়খানাৰ গোন্ধ ওলায়। শুকুৰ আলিয়ে তো ৫০ টা ভোট পাইছে, সি ৫০ টা ভোটো নাপায়। ইজিপ্তত গৈ চছমা দোকানত কাম কৰি ইয়াত আহি কয় আজহাৰী।' লখিমপুৰৰ মৌলানা মোস্তাফা কামাল আজহাৰীক তূলাধূনা মৌলানা ছাইফুদ্দিন আহমেদ বুলবুলিৰ।

01/11/2025

'মই মুখ্যমন্ত্ৰী থকালৈকে মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। ৰাজ্যত উচ্ছেদ চলিবই।' ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

01/11/2025

ৰৈ ৰৈ বিনালে চাবলৈ আহিল দৃষ্টিহীন দুটি কনমানি। সুভাশীষ আৰু শিবাংগী চক্ৰৱৰ্তীয়ে ছবিগৃহৰ পৰা ওলাই আহি গালে ছবিখনৰ গীত। ক'লে জুবিন গাৰ্গৰ বিশেষ সংলাপটো।

01/11/2025

চিগাৰেটৰ ধোৱা উৰুৱাই নিশা জু্বিন ক্ষেত্ৰত প্ৰৱেশ। স্থানীয় লোকে জবাবদিহি কৰিলে যুৱকজনক।

01/11/2025

'মৌলানা ছাইফুদ্দিনৰ চেহেৰা দেখিলে মানুহে বমি কৰি দিব।' মৌলানা ছাইফুদ্দিন আহমেদ বুলবুলিক তূলাধূনা দিলে লখিমপুৰৰ মৌলানা মোস্তাফা কামাল আজহাৰীৰ।

31/10/2025

'ছবিখন আজি কেনেকৈ চাম এতিয়ালৈকে সাহস গোটাব পৰা নাই। বহু কষ্টত আহি ছবিখন চাবলৈ বহিছো, কিমানলৈকে চাব পাৰিম নাজানো। তেওঁৰ দৰে মহান আত্মাৰ কেতিয়াও বিদায় হ'ব নোৱাৰে!'

31/10/2025

'ৰৈ ৰৈ বিনালে' চাই ছবিগৃহৰ পৰা এইদৰে কান্দি-কান্দি ওলাই আহিল দৰ্শক।

31/10/2025

যোৰহাটত 'ৰৈ ৰৈ বিনালে' হঠাৎ চাই অসুস্থ হৈ পৰিল অৰুণ গাৰ্গ। ছবি শেষ হোৱাৰ পাছতেই কান্দোনত ভাগি পৰিছিল অৰুণ গাৰ্গ আৰু অসুস্থ হৈ পৰিছিল। বৰ্তমান JMCHত চিকিৎসকৰ নিৰীক্ষণত আছে অৰুণ গাৰ্গ।

31/10/2025

'ৰৈ ৰৈ বিনালে' ছবিখন চাবলৈ আহি কি ক'লে যতীন বৰাৰ কন্যাই?

31/10/2025

'ৰৈ ৰৈ বিনালে' চাই আৱেগিক সকলো। ছবিগৃহৰ পৰা ওলাই অহা দৰ্শকে কি ক'লে?

31/10/2025

'মই যদি চিনেমাখন চাবলৈ যাওঁ, গোটেই চিনেমা হলটো বন্ধ হৈ যাব। মোৰ লগত Security থাকে ২৬ জন, সেয়ে ৰাইজৰ কষ্ট হ'ব।' কেতিয়া মুখ্যমন্ত্ৰীয়ে চাব ৰৈ ৰৈ বিনালে? কি ক'লে মুখ্যমন্ত্ৰীয়ে?

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Ne Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share