Ne Plus

Ne Plus Voice of North-East
(3)

22/08/2026

নকল সোণ বিক্ৰী কৰিবলৈ গৈ গহপুৰত ধৰা পৰিল লখিমপুৰৰ দুই যুৱক।

22/08/2026

AI ত ফটো বনাই বহিঃৰাজ্যৰ শ-শ লোকক জালত পেলাইছে লখিমপুৰৰ এটা চক্ৰই!

20/08/2026

এটা ফোনতেই অসমলৈ দৌৰি আহিল বিশ্ব বিখ্যাত তাৰকা দ্য গ্ৰেট খালি!

20/08/2026

লখিমপুৰত জাক-জাক গৰুৰ সৈতে জীয়াই আছে এখন গাঁৱৰ পৰম্পৰা!

20/08/2026

পিন্ধনত ক'লা পোছাক, মুখত ক'লা মাস্ক!

19/08/2026

📌SSCৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল গোৱিন্দ বৰা, সপোন আছিল দেশৰ সেৱাৰ
📌কিন্তু নিয়তিয়ে কাঢ়ি নিলে গোৱিন্দক!

19/08/2026

🟥 বিহপুৰীয়াত এজন লোকৰ ঘৰৰ হাবিলে-জংঘলে সোমাই গ'ল আৰক্ষী!
🟥 পিতৃ-পুত্ৰই মিলি চলোৱা গেলামাল দোকানতো অভিযান আৰক্ষীৰ।
🟥 পিতা-পু্ত্ৰক টানি-চোঁচৰাই আটক কৰি লৈ গ'ল আৰক্ষীয়ে!

19/08/2026

নিজৰ ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে লখিমপুৰত হাহাকাৰ কৰি ফুৰিছে এগৰাকী যুৱতীয়ে!

18/08/2026

🟥 লখিমপুৰৰ আটাইতকৈ বৃদ্ধ আছামীজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে!
🟥 আৰক্ষীৰ জালত পৰিছে ৯০ বছৰীয়া আব্দুল মোতালেব।
🟥 দুজন লোকৰ কান্ধত ভৰ দি আৰক্ষীৰ গাড়ীত উঠিল বৃদ্ধ লোকজন!

18/08/2026

📌গোগামুখৰ মিংমাঙত বিধায়ক ড০ জে পি দাসৰ নেতৃত্বত কংগ্ৰেছৰ সঁজাতি দল
📌চিকিৎসালয়ত আহত লোক সকলকো সাক্ষাৎ কংগ্ৰেছৰ দলটোৰ
📌সীমান্তৱৰ্তী অঞ্চলৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদানৰৰ দাবী

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Ne Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share