Pratibimba Live

Pratibimba Live Pratibimba Live is a 24X7 Assamese Digital News Channel. Right News for Right People is our mantra. Our aim to project the actual views infront of viewers.
(411)

This is the official page of PRATIBIMBA LIVE, the oldest web portal in Assamese. Pratibimba Live is a 24-hour Assamese web portal.Channel is a sister concern to the leading publication and entertainment company, Pratibimba Publication and Entertainment (OPC) Private Limited.(An ISO 9001:2015 certified company)
Pratibimba Live works with an objective to create a fine mix of investigative j

ournalism with technological innovations to enhance social awareness. Our program mix cuts across all age groups and all sections of society.

16/09/2025

লাট মণ্ডল সুৰজিৎ ডেকাৰ সৈতে এইদৰেই বাৰত মদ খাই নাচি বাগি ACS নূপুৰ দত্তই উৰুৱাইছিল দুৰ্নীতিৰ ধন। দৃশ্যত হালধীয়া কাপোৰ পৰিহিত মহিলাগৰাকী নূপুৰ দত্ত আৰু লগত লাটমণ্ডল সুৰজিৎ ডেকা

15/09/2025

🛑এগৰাকী যুৱতীৰ কৰ্ম কাণ্ড দেখিলে চকু কপালত উঠিব আপোনাৰ। চলন্ত ৰে’লৰ ভিতৰত চিগাৰেট সেৱন যুৱতীৰ। ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

#অসমীয়ানিউজ

15/09/2025

🛑কমলপুৰত কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন। বৃহৎ বাইক ৰেলীৰে চাংসাৰিৰ পৰা কমলপুৰস্থিত ৰাজীৱ ভবনলৈ আদৰি আনিলে ন-কংগ্ৰেছী তথা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাক

#অসমীয়ানিউজ

15/09/2025

চলন্ত ৰে’লৰ ভিতৰত চি*গাৰেট সেৱন যুৱতীৰ
উ*ত্তপ্ত পৰিস্থিতি

15/09/2025

🛑 "প্ৰমোদ বড়োৱে যোৱা ৫ বছৰত একো কাম কৰা নাই।" যমদুৱাৰ সমষ্টিৰ কাশিয়াবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই মন্তব্য হাগ্ৰামা মহিলাৰীৰ

#অসমীয়ানিউজ

15/09/2025

🛑বিতৰ্কৰ মাজত সোমাই থকা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা পূৰ্বৰ সমিতি ভংগ কৰি নতুন সমিতি গঠন

#অসমীয়ানিউজ

15/09/2025

"বিজেপি চৰকাৰৰ দুৰ্নীতি, অপশাসন, ব্যৰ্থতা ঢাকিবলৈ বেটুপাত হৈছে SIT"

15/09/2025

📌কমলপুৰত পাচ শতাধিক অগপ কৰ্মীৰ কংগ্ৰেছ দলত যোগদান
📌কমলপুৰত ন কংগ্ৰেছীৰ সত্যব্ৰত কলিতাৰ ৰাজীৱ ভৱনত প্ৰৱেশ
📌বিশাল বাইক ৰেলিৰে ৰাজীৱ ভৱনলৈ আদৰণি জনায় ন কংগ্ৰেছী সত্যব্ৰত কলিতাক

#অসমীয়ানিউজ

15/09/2025

📌মহানগৰীৰ ISBT গড়চুক আৰক্ষীৰ অভিযান
📌জব্দ বৃহৎ পৰিমাণ চুৰি কৰা ই-ৰিক্সা চকা
📌কাৰ নেতৃত্বত চুৰি কৰা হৈছিল ই-ৰিক্সাৰ চকা সমূহ

#অসমীয়ানিউজ

15/09/2025

"প্ৰমোদ বড়োৱে যোৱা ৫ বছৰত একো কাম কৰা নাই"
"বিটিচিত হিৰো BPF জিৰ UPPL"

'চন্দ্ৰ, সূৰ্য থকালৈকে বিজেপি চৰকাৰ  থাকিব' - ৰনজিৎ কুমাৰ দাস                #অসমীয়ানিউজ               #অসমীয়ানিউজ
15/09/2025

'চন্দ্ৰ, সূৰ্য থকালৈকে বিজেপি চৰকাৰ থাকিব' - ৰনজিৎ কুমাৰ দাস

#অসমীয়ানিউজ #অসমীয়ানিউজ

15/09/2025

বেগম আখতাৰা আহমেদৰ সমৰ্থনত বড়োভূমিৰ যুৱসমাজ
মথনগুৰিত ক্ৰমান্বয়ে শক্তি বৃদ্ধি পাইছে BPFৰ

Address

Sachal Road, Sixmile
Gauhati
781022

Alerts

Be the first to know and let us send you an email when Pratibimba Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratibimba Live:

Share