13/06/2026
নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতি ধাউতি জন্মোৱা, উৎসাহিত কৰা তথা প্ৰেৰণা দিয়াৰ উদ্দেশ্যে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰবিজ্ঞান বিভাগৰ উদ্যোগত আৰু ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ষষ্ঠ বিজ্ঞান প্ৰেৰণা শিবিৰ আৰু লগতে একে সময়তে USTM ৰ উদ্যোগত অনুষ্ঠিত হৈ কেৰিয়াৰ কাউঞ্চেলিং কৰ্মশালা,বিভিন্ন বিদ্যালয়ৰ নৱম, দশম আৰু একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কৰে অংশ গ্ৰহণ