Assam Time News

Assam Time News সত্যৰ সন্ধানত

We bring original & curated news on those matters that you care for

04/08/2026

📌মাত্ৰ ১০ মিনিটৰ ভিতৰত অসমৰ উজনিত কেনেকৈ বানপানী নামি আহিছিল, চাওক এই ভয়ংকৰ দৃশ্য।

22/07/2026

📌সাধাৰণ পথ দুৰ্ঘটনাক সাম্প্ৰদায়িক বিষয় হিচাপে উপস্থাপন কৰিলে কলাইগাঁৱৰ কিছু নেতাই
📌পথ দুৰ্ঘটনাক সাম্প্ৰদায়িক বিষয় হিচাপে উপস্থাপন কৰি প্ৰতিবাদ কৰাৰ ভূমিকাক লৈ চৰ্চা কলাইগাঁও।
📌দুৰ্ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াক লৈ কলাইগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া, আমছু-নেমছুৰ মন্তব্য

দিল্লী যন্ত্ৰ মন্ত্ৰত ছাত্ৰ ছাত্ৰীৰ ওপৰত মোদী চৰকাৰৰ আৰক্ষীৰ নিৰ্মম লাঠিচাৰ্জ।
20/07/2026

দিল্লী যন্ত্ৰ মন্ত্ৰত ছাত্ৰ ছাত্ৰীৰ ওপৰত মোদী চৰকাৰৰ আৰক্ষীৰ নিৰ্মম লাঠিচাৰ্জ।

কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাক সাক্ষাৎ কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিলে ক’কৰোচ পাৰ্টীয়ে
20/07/2026

কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাক সাক্ষাৎ কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিলে ক’কৰোচ পাৰ্টীয়ে

15/07/2026

📌আকৌ বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষক-শিক্ষয়িত্ৰীৰ কথিত লিলিমাই।
📌এইবাৰ উত্তৰ প্ৰদেশৰ কানৌজ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ এটা কথিত ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে।

17/06/2026

📌 নিজৰ পত্নী এৰি অন্য মহিলা লগত নিশা টো কটাব গৈছিল দুই সন্তানৰ পিতৃ...
📌পত্নীয়ে আহি হাতে লোতে ধৰে নিজৰ স্বামীক... তাৰ পাছত চাওঁক।

17/06/2026

📌"মাটিৰ টুকুৰা বচাব যোৱাৰ যুঁজোতে এই জন ব্যক্তি নিজৰ জীৱনকেই শেষ প্ৰতিবাদৰ ভাষা কৰি লয়"
📌ভূমি খালী কৰিবলৈ অহা প্ৰশাসনৰ আগতেই কেৰাচিন ঢালি জুই লগাই প্ৰতিবাদ কৰিলে এজন লোকে।
📌বিহাৰৰ মধুবনী জিলাৰ বেনীপট্টী অঞ্চলত বেদখল ভূমি খালী কৰিবলৈ প্ৰশাসন উপস্থিত হোৱাৰ সময়তে সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা।
📌অভিযোগ অনুসৰি, ভূমি-বিবাদক কেন্দ্ৰ কৰি উত্তেজনাৰ মাজতে এজন ব্যক্তিয়ে নিজৰ গাত কেৰাচিন ঢালি জুই লগাই দিয়ে। গুৰুতৰভাৱে দগ্ধ হোৱা ব্যক্তিজনৰ পিছত মৃত্যু হয়।
📌এই ঘটনাই সমগ্ৰ ভাৰতত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

16/06/2026

📌উ/ফ-এ কি কৰিলে এগৰাকী যুৱতীক! অসমত হয়তো এনে ঘটনা প্ৰথম।
📌 এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা লয়, সেয়াহে সমগ্ৰ ৰাজ্যবাসীয়ে লক্ষ্য কৰি আছে।
📌 "আমি অসমীয়া, কিন্তু অসমীয়াৰ শত্ৰু হ'ব নালাগে। এগৰাকী মহিলাক উলংগ কৰি অপমান কৰা বা তেওঁৰ মৰ্যাদা হৰণ কৰা কোনো সভ্য সমাজত গ্ৰহণযোগ্য হ'ব নোৱাৰে। মতভেদ থাকিব পাৰে, কিন্তু নাৰীৰ সন্মান আৰু মানৱীয় মূল্যবোধ সদায় অটুট থাকিব লাগিব। দোষী যিয়েই নহওক, আইনৰ সন্মুখত সকলো সমান। ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াটো সময়ৰ দাবী

16/06/2026

📌লখিমপুৰৰ কাণানদী তিনিআলিত কেনেকৈ মহিলাক উ*লং/গ কৰি আ/ক্ৰ/মণ কৰিলে এ/কাং/শ ব্যক্তিয়ে !
📌উ/ফ কি কৰিলে এগৰাকী যুৱতীক!
📌অসমত হয়তো এনে ঘটনা প্ৰথম!
📌এতিয়া আৰক্ষীয়ে বা কি ব্যৱস্থা লয়?

16/06/2026

📌আজমল ল' কলেজৰ উদ্যোগত আয়োজিত ১ম আজমল ডিবেট প্ৰতিযোগিতা–২০২৬ত RITURAJ SAIKIA BEST TEAM-এ অসাধাৰণ প্ৰদৰ্শন আগবঢ়াই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।
📌প্ৰতিযোগিতাখনত দলটোৱে যুক্তি, তথ্য আৰু উপস্থাপনৰ দক্ষতাৰে বিচাৰকমণ্ডলী আৰু উপস্থিত দৰ্শকৰ প্ৰশংসা লাভ কৰে।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Assam Time News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share