LOYAL ASSAM

LOYAL ASSAM জয় আই অসম 🙏 অসমীয়া মোৰ প্ৰথম পৰিচয়, ৰাইজক সহায় কৰি ভাল পাও ❤ আহক সকলোৱে মিলি একেলগে আগুৱাই যাওঁ

অসমত সদায় অসমীয়াৰ পৰিচয় থাকিব। এয়াত কোনো বাহিৰ'ৰ পৰা অহা মানুষহৰ দাদাগিরি ন'চলিব ..
29/03/2026

অসমত সদায় অসমীয়াৰ পৰিচয় থাকিব। এয়াত কোনো বাহিৰ'ৰ পৰা অহা মানুষহৰ দাদাগিরি ন'চলিব ..

😎
29/03/2026

😎

16/03/2026

নেতাৰ আগত হাতযোৰ কৰাৰ সময় গ’ল। আজিৰ পৰা নিৰ্বাচনৰ ভোট দিয়ালৈ নেতাই ৰাইজৰ সমুখত হাতযোৰ কৰিব।

টোলগেটৰ টেক্স, অসম চুক্তি, শিক্ষা, স্বাস্থ‍্যৰ দৰে মৌলিক কথাবোৰ কোনে সুধি থাকিব নাজানোঁ। নতুন প্ৰজন্মই কিন্তু ভয়হীন ভাৱে সুধিবই লাগিব।

কিছু শিক্ষা প্রতিষ্ঠানে গৈ কিছু কথা অনুভব কৰিবলৈ পাওঁ। নিজকে কেনেকৈ আগবঢ়োৱা যায় মানুহক কেনেকৈ সহায় কৰিবলৈ পাওঁ?       ...
14/03/2026

কিছু শিক্ষা প্রতিষ্ঠানে গৈ কিছু কথা অনুভব কৰিবলৈ পাওঁ। নিজকে কেনেকৈ আগবঢ়োৱা যায় মানুহক কেনেকৈ সহায় কৰিবলৈ পাওঁ?

08/03/2026

India win Icc men's T20 world Cup🏆 2026

03/03/2026

মন্ত্ৰী, সাংসদৰ সন্তান হ’লে চিধাই টিকট পোৱা কংগ্ৰেছী পৰম্পৰাটো প্ৰাৰ্থী তালিকাখনত জিলিকি আছে।

ব‍্যক্তিগতভাৱে আমাৰ এইবোৰক লৈ লেনা-দেনা নাই — কিন্তু এই ৰাজ‍্যৰ বায়ু-পানী চিনি নোপোৱা পেৰাচ‍্যুট লেণ্ডিং হোৱা এনে নেতাক বিপদজনক বুলিয়েই ভাবোঁ। বিজেপি বা আন দলৰ ক্ষেত্ৰটো একেটাই কথা।

03/03/2026

নেতাৰ ল'ৰা নেতা হ'ব, বাকী কেইটাৰ জিন্দাবাদ দিওঁতে দিন পাৰ হ'ব।

কি অডার কৰিম ?
02/03/2026

কি অডার কৰিম ?

২০২৬ চনত চৰকাৰ যাৰেই হওঁক এই মানুহজনক অসম বিধানসভাত বিধায়ক হিচাপে বিচাৰোঁ।
01/03/2026

২০২৬ চনত চৰকাৰ যাৰেই হওঁক এই মানুহজনক অসম বিধানসভাত বিধায়ক হিচাপে বিচাৰোঁ।

📍First time blood donated dispur Polyclinic  hospital......
25/12/2025

📍First time blood donated dispur Polyclinic hospital......

সমায় বহুত বেয়া 😭🙏....
24/12/2025

সমায় বহুত বেয়া 😭🙏....

20/12/2025

বাংলাদেশত এজন হিন্দু নাগৰিকক নৃশংসভাৱে হত‍্যা কৰা হৈছে। আমি তাৰ কঠোৰ নিন্দা কৰিছোঁ। ভাৰত চৰকাৰে ঘটনাত হস্তক্ষেপ কৰি বাংলাদেশ চৰকাৰক এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ কঠোৰ ব‍্যৱস্থা লওক।

Address

Guwahati
Gauhati
781001

Website

Alerts

Be the first to know and let us send you an email when LOYAL ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share