BHP Production

BHP Production This channel is based on Traditional, Folk and Culture,Musical Activity,Tourist Guide as well as full

আজি পবিত্ৰ ৰাখী বন্ধন। ভাই-ভনী, ককাই-ভনীৰ মাজৰ মৰম, বিশ্বাস আৰু সুৰক্ষাৰ উৎসৱ। কিন্তু আজিৰ এই পবিত্ৰ দিনটোত মনলৈ এক গভীৰ...
28/08/2026

আজি পবিত্ৰ ৰাখী বন্ধন। ভাই-ভনী, ককাই-ভনীৰ মাজৰ মৰম, বিশ্বাস আৰু সুৰক্ষাৰ উৎসৱ। কিন্তু আজিৰ এই পবিত্ৰ দিনটোত মনলৈ এক গভীৰ চিন্তা আৰু বেদনাও আহে। বৰ্তমান আমাৰ চাৰিওফালে, আমাৰ পৃথিৱীখনত ইখনৰ পিছত সিখন বহুতো বেয়া আৰু দুখলগা ঘটনা ঘটি আছে। বাতৰি কাকত বা সামাজিক মাধ্যম খুলিলেই মনটো ম্ৰিয়মাণ হৈ পৰে। অবুজ শিশুৰ পৰা আদি কৰি বোৱাৰী-জীয়ৰীলৈকে কাৰো সুৰক্ষা নোহোৱাৰ দৰে এক পৰিৱেশ সৃষ্টি হৈছে।আজিৰ এই বিশেষ দিনটোত কেৱল নিজৰ ভাই-ভনীৰ হাততে ৰাখী পিন্ধাই দায়িত্ব শেষ কৰিলে নহ’ব। আজিৰ দিনটোত আমি সকলোৱে সংকল্প লব লাগিব— সমাজৰ প্ৰতিগৰাকী নাৰী, প্ৰতিগৰাকী কন্যাক সন্মান আৰু সুৰক্ষা দিয়াৰ। ৰাখীৰ এই পবিত্ৰ সূঁতাডালে কেৱল হাত দুখনকে নহয়, মানুহৰ মনবোৰকো মৰম আৰু পবিত্ৰতাৰে বান্ধি পেলাওক।আজি ভগৱানৰ চৰণত এটাই প্ৰাৰ্থনা— এই পৱিত্ৰ দিনটোৰ পৰাই যাতে আমাৰ সমাজৰ পৰা সকলো অন্ধকাৰ, বেয়া চিন্তা আৰু জঘন্য ঘটনাবোৰ চিৰদিনৰ বাবে দূৰ হয়। প্ৰতিগৰাকী জীয়ৰী মুক্ত আকাশৰ তলত সুৰক্ষিতভাৱে জীয়াই থাকিব পৰা এক সুস্থ আৰু সুন্দৰ পৰিৱেশ ঘূৰি আহক। মানুহৰ মনৰ মাজত থকা পশুতত্ব দূৰ হৈ মনুষ্যত্বৰ সাৰথি হওক।প্ৰতিগৰাকী ভগ্নীৰ সুৰক্ষা আৰু সুখ-শান্তিৰ কামনাৰে, সকলোকে পবিত্ৰ ৰাখী পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 🕊️❤️

Today is the sacred occasion of Raksha Bandhan—a festival celebrating the love, trust, and bond of protection between brothers and sisters. However, on this holy day, a deep sense of concern and sorrow also weighs heavily on the mind. Today, in the world around us, one after another, many unfortunate and distressing incidents are taking place. Opening the newspaper or social media leaves the heart filled with sadness. An environment has emerged where no one, from innocent children to daughters and daughters-in-law, seems safe.On this special day, our responsibility does not end merely by tying a Rakhi on our own brother's wrist. Today, we must all take a solemn pledge—to respect and protect every woman and every daughter in our society. May this sacred thread of Rakhi bind not just the wrists, but also human minds with love and purity.Today, my only prayer at the feet of the Almighty is that from this auspicious day onward, all darkness, evil thoughts, and heinous crimes are eradicated from our society forever. May a healthy and beautiful environment return, where every daughter can live safely under the open sky. May the animality within human minds vanish, and may humanity become our guiding light.Wishing for the safety, happiness, and peace of every sister, I extend my heartfelt greetings to everyone on this holy Rakhi Purnima. 🕊️❤️

উন্নত চিন্তা, একতা আৰু দেশপ্ৰেমেৰে আগুৱাই যাওক আমাৰ দেশ।BHP Production-ৰ তৰফৰ পৰা সকলোলৈকে ৮০সংখ্যক স্বাধীনতা দিৱসৰ আন্ত...
15/08/2026

উন্নত চিন্তা, একতা আৰু দেশপ্ৰেমেৰে আগুৱাই যাওক আমাৰ দেশ।BHP Production-ৰ তৰফৰ পৰা সকলোলৈকে ৮০সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।🇮🇳✨

29/07/2026

শুভ গুৰু পূৰ্ণিমা!যাৰ অনুপ্ৰেৰণাত জীৱনৰ আন্ধাৰ দূৰ হয়, সেই প্ৰতিজন গুৰুৰ চৰণত অলেখ প্ৰণাম।🙏🙏🙏🙏

গুৱাহাটীৰ নীলাচল পাহাৰস্থিত মা কামাখ্যা দেৱালয়ত প্ৰতি বছৰে অনুষ্ঠিত হোৱা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ হৈছে অম্বুবাচী মেলা।...
24/06/2026

গুৱাহাটীৰ নীলাচল পাহাৰস্থিত মা কামাখ্যা দেৱালয়ত প্ৰতি বছৰে অনুষ্ঠিত হোৱা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ হৈছে অম্বুবাচী মেলা। ইয়াক হিন্দু ধৰ্মত 'মহা কুম্ভ' বুলিও গণ্য কৰা হয়।
The Ambubachi Mela is the largest religious festival held annually at the Maa Kamakhya Temple on the Nilachala Hills in Guwahati. It is also considered the 'Maha Kumbh' in Hinduism.

Every successful journey begins with a dream. Some dreams fade away with time, while others evolve into stories that ins...
12/06/2026

Every successful journey begins with a dream. Some dreams fade away with time, while others evolve into stories that inspire generations. The journey of BHP Production is one such story, built on vision, perseverance and an unwavering belief in innovation.

Guwahati | Special Feature Every successful journey begins with a dream. Some dreams fade away with time, while others evolve into stories that inspire generations. The journey of BHP Production is one such story, built on vision, perseverance and an unwavering belief in innovation. Founded in 2009,...

Something Big Is Coming.The Future Will Never Be The Same.Name Reveal Next Week.
11/06/2026

Something Big Is Coming.
The Future Will Never Be The Same.

Name Reveal Next Week.

চিঠি খনৰ শেষত লিখা কথাখিনি ভাল লাগিল
03/06/2026

চিঠি খনৰ শেষত লিখা কথাখিনি ভাল লাগিল

17/04/2026
সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
15/04/2026

সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

BHP Production পৰিয়ালৰ তৰফৰ পৰাসকলোকে 'গৰু বিহু'-ৰ ওলগ যাচিলোঁদীঘলতী দীঘল পাতগৰু কোবাওঁ জাত জাত...
14/04/2026

BHP Production পৰিয়ালৰ তৰফৰ পৰা

সকলোকে 'গৰু বিহু'-ৰ ওলগ যাচিলোঁ

দীঘলতী দীঘল পাত

গৰু কোবাওঁ জাত জাত...

Address

Gauhati
781024

Alerts

Be the first to know and let us send you an email when BHP Production posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BHP Production:

Shortcuts

Share