জীৱন দূৰ্লভ

জীৱন দূৰ্লভ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from জীৱন দূৰ্লভ, Digital creator, Gauhati.

জীৱন এক ৰহস্যৰ সাথৰ,যি সাথৰৰ উত্তৰৰ সন্ধানত সমগ্ৰ জীৱন অতিবাহিত হয়। ৰৈ যায় মাথো স্মৃতি হৈ বিষাদবোৰ। জীৱন মানেই যদিও সংগ্ৰাম, সংগ্ৰামৰ শেষত আকৌ শান্তি। এয়াই জীৱন। আশা কৰিছো এই জীৱন যাত্ৰাত আপোনাৰো সহাৰি থাকিব। ধন্যবাদ 🙏🙏🙏

"আবৰ্জনাবোৰে ঘৰ নষ্ট কৰে, ইহঁতক শাৰি-মচী আতৰাই পেলোৱাই মংগল।" আপুনি কি কয়..?
12/05/2026

"আবৰ্জনাবোৰে ঘৰ নষ্ট কৰে, ইহঁতক শাৰি-মচী আতৰাই পেলোৱাই মংগল।" আপুনি কি কয়..?

Good morning everyone ✨🌅✨ নতুন দিনটিৰ শুভ কামনাৰে সু-প্ৰভাত জনালোঁ।
12/05/2026

Good morning everyone ✨🌅✨ নতুন দিনটিৰ শুভ কামনাৰে সু-প্ৰভাত জনালোঁ।

সময়ৰ লগে লগে জীৱনৰ অভিজ্ঞতাবোৰে বহু কথাই শিকাই দিয়ে- "কেতিয়াবা নিৰৱতা শ্ৰেষ্ঠ হয় আৰু কেতিয়াবা ত্যাগ।"
11/05/2026

সময়ৰ লগে লগে জীৱনৰ অভিজ্ঞতাবোৰে বহু কথাই শিকাই দিয়ে- "কেতিয়াবা নিৰৱতা শ্ৰেষ্ঠ হয় আৰু কেতিয়াবা ত্যাগ।"

Good morning everyone ✨🌅 নতুন দিনটিৰ শুভ কামনাৰে সু-প্ৰভাত জনালোঁ।ও
11/05/2026

Good morning everyone ✨🌅 নতুন দিনটিৰ শুভ কামনাৰে সু-প্ৰভাত জনালোঁ।ও

Good morning everyone ✨🌄✨ নতুন দিনটিৰ শুভ কামনাৰে সু-প্ৰভাত জনালো 🙏🏻🕉️🙏🏻
10/05/2026

Good morning everyone ✨🌄✨ নতুন দিনটিৰ শুভ কামনাৰে সু-প্ৰভাত জনালো 🙏🏻🕉️🙏🏻

Good morning everyone ✨
09/05/2026

Good morning everyone ✨

💘🖤❤️‍🔥"যাৰ বাবে আপুনি বিশেষ,তেওঁ আপোনাৰ ত্ৰুটিবোৰতো সৌন্দর্য বিচাৰি পাব আৰু যাৰ বাবে আপুনি বোজা, তেওঁৰ বাবে আপোনাৰ গুণবো...
08/05/2026

💘🖤❤️‍🔥"যাৰ বাবে আপুনি বিশেষ,তেওঁ আপোনাৰ ত্ৰুটিবোৰতো সৌন্দর্য বিচাৰি পাব আৰু যাৰ বাবে আপুনি বোজা, তেওঁৰ বাবে আপোনাৰ গুণবোৰো অৰ্থহীন।

Good morning everyone
08/05/2026

Good morning everyone

ভাতৰ তিতা খাব পাৰিলেও,মাতৰ তিতা খাব নোৱাৰি অ' বন্ধু 😢💔🥀
07/05/2026

ভাতৰ তিতা খাব পাৰিলেও,মাতৰ তিতা খাব নোৱাৰি অ' বন্ধু 😢💔🥀

Good morning everyone ✨🌄✨"আপুনি কাৰ পৰামৰ্শ গ্ৰহণ কৰিছে,তাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ বিজয়ী গাথা।"সু-প্ৰভাত মৰমৰ বন্ধু-বা...
07/05/2026

Good morning everyone ✨🌄✨
"আপুনি কাৰ পৰামৰ্শ গ্ৰহণ কৰিছে,তাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ বিজয়ী গাথা।"
সু-প্ৰভাত মৰমৰ বন্ধু-বান্ধৱীসকল 🌄🙏🌄

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when জীৱন দূৰ্লভ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share