TIME8 Axom

TIME8 Axom TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India.

TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists. Today, TIME8 is a household name having millions of followers across the North-East on different digital platforms.

07/06/2026

জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে মোদী। নতুন অভিলেখেৰে ভাৰতৰ সংসদীয় ইতিহাসত প্ৰধানমন্ত্ৰী মোদীয়ে পাব সুকীয়া স্থান। ১০ জুনত নৰেন্দ্ৰ মোদীয়ে ৰচিব নতুন ইতিহাস...

07/06/2026

নলতলিৰ বিশাল হোটেলত খাদ্য সুৰক্ষা বিভাগৰ আকস্মিক অভিযানত পোহৰলৈ আহিল একাধিক অনিয়ম। অপৰিস্কাৰ ৰন্ধনশালা আৰু অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুতিৰ অভিযোগত সংগ্ৰহ কৰা হ’ল খাদ্যৰ নমুনা, পৰীক্ষাৰ ফলাফলৰ ভিত্তিত হ’ব আইনী ব্যৱস্থা।

07/06/2026

অসাধু ব্যৱসায়ী সাৱধান! ফল-মূল, শাক-পাচলিত ভুলতো ব্যৱহাৰ নকৰিব ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলেই যাব লাগিব জে'ল। বজাৰে বজাৰে অভিযানত নামিছে প্ৰশাসনৰ দল...

১০ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচিব নতুন ইতিহাস।
07/06/2026

১০ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচিব নতুন ইতিহাস।

07/06/2026

সুমিত কুমাৰ বুলি পৰিচয় দি যুৱতীক বিবাহত বহিবলৈ জোৰজুলুম হাচমতৰ। আৰক্ষীৰ জালত পৰাৰ পিছতে হাচমতৰ ভয়ংকৰ কাণ্ড।

07/06/2026

LPGৰ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কৰ্তন হ'ব পাৰে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীলৈ LPGৰ সেৱা। বঞ্চিত হ'ব LPGৰ ৰিফীল সেৱা । আজিয়েই যাওঁক LPG DISTRIBUTORৰ ওচৰলৈ ।

অপেক্ষাৰ অন্ত...সন্ধিয়া ৭ বজাত মুকলি হ'ব চিনেমাখনৰ TRAILER। ৩ জুলাইত আপোনাৰ ওচৰৰ ছবিগৃহত দেখিব পাব ককা-দেউতা-হাতী আৰু না...
07/06/2026

অপেক্ষাৰ অন্ত...
সন্ধিয়া ৭ বজাত মুকলি হ'ব চিনেমাখনৰ TRAILER। ৩ জুলাইত আপোনাৰ ওচৰৰ ছবিগৃহত দেখিব পাব ককা-দেউতা-হাতী আৰু নাতি-২।

07/06/2026

আহি গ'ল PMAY 2.0. ৰাজ্যত ১৬,৮১০টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকীঘৰ। তালিকাত কাৰ কাৰ নাম?

ঘৰুৱা চিণ্ডাৰৰ দাম বৃদ্ধিৰ পাছতে কোন জিলাত কিমান দাম?
07/06/2026

ঘৰুৱা চিণ্ডাৰৰ দাম বৃদ্ধিৰ পাছতে কোন জিলাত কিমান দাম?

07/06/2026

১৭ আগষ্টৰ পৰা আপোনাৰ ঘৰলৈ যাব চৰকাৰী বিষয়া কৰ্মচাৰী। ২আগষ্টৰ পৰাই চলিব লোকপিয়লৰ কামকাজ। সাজু কৰক নথিপত্ৰ...

Address

Christian Basti
Gauhati

Alerts

Be the first to know and let us send you an email when TIME8 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME8 Axom:

Share