Dainandin Axom

Dainandin Axom Welcome to Official Page of Dainandin Axom News
DA News is gateway to digital news in the North East

▶️ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি যোচেফ বিজয়ে আজি সাক্ষাৎ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক।
10/06/2026

▶️ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি যোচেফ বিজয়ে আজি সাক্ষাৎ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক।

▶️ পুনৰ ঝালমুড়িৰ সোৱাদ ল'লে প্ৰধানমন্ত্ৰীয়ে। ▶️ NDAৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঝালমুড়ি খুৱালে পশ্চিমবংগৰ মুখ্য...
10/06/2026

▶️ পুনৰ ঝালমুড়িৰ সোৱাদ ল'লে প্ৰধানমন্ত্ৰীয়ে।
▶️ NDAৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঝালমুড়ি খুৱালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে।


10/06/2026

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ অভিনন্দন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।


10/06/2026

▶️ এগৰাকী যুৱতীৰ অসহায় জীৱনৰ কৰুণ গাথা।
▶️ পৰিয়ালৰ সকলো সদস্যৰ মৃ*ত্যু*ৰ পিছত এতিয়া ৩ টা পোহনীয়া কুকুৰৰ লগত হাবিৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে যুৱতীগৰাকীয়ে।

10/06/2026

ৰাজ্যসভাৰ সদস্য পদ ত্যাগ TMC সাংসদ সুস্মিতা দেৱৰ। দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুস্মিতা দেৱৰ।

প্ৰধানমন্ত্ৰীৰূপে ইতিহাস সৃষ্টি নৰেন্দ্ৰ মোদীৰ। স্বাধীনোত্তৰ ভাৰতৰ দীৰ্ঘসময় প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখ নৰেন্দ্ৰ মোদীৰ।...
10/06/2026

প্ৰধানমন্ত্ৰীৰূপে ইতিহাস সৃষ্টি নৰেন্দ্ৰ মোদীৰ। স্বাধীনোত্তৰ ভাৰতৰ দীৰ্ঘসময় প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখ নৰেন্দ্ৰ মোদীৰ। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীক অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আজি নৰেন্দ্ৰ মোদীৰ ৪,৩৯৯ দিন।


10/06/2026

📌 এইবাৰ ৫ লাখ বিঘা ভূমি অবৈধ লোকৰ পৰা বেদখলমুক্ত কৰা আমাৰ লক্ষ্য । গোৱালপাৰাতো উচ্ছেদ চলিব : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

09/06/2026

গজৰাজ 🐘🐘🐘🐘


09/06/2026

‘ অসমত থাকি অসমীয়া উকিলে জুবিন গাৰ্গৰ হ*ত্যা*কা*ৰীক বচাবলৈ চেষ্টা কৰি আছে। আমাৰ সাক্ষীক হেঁচা মাৰি কথা সুধি আছে। এনেকে Pressurize কৰি নাভাবিব,জুবিন গাৰ্গৰ হ*ত্যা*কা*ৰী বাচিব পাৰিব, এইয়া বেয়া কথা। ’ - জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীৰ এই মন্তব্য

09/06/2026

‘ অসমীয়া উকিলে জুবিন গাৰ্গৰ হ*ত্যা*কা*ৰীক বচাবলৈ চেষ্টা কৰি আছে। আমাৰ সাক্ষীক হেঁচা মাৰি কথা সুধি আছে। কোনেও কাহিনী বনাই থকা নাই, ঈশ্বৰ পুত্ৰৰ হ*ত্যা*কা*ৰী*য়ে শাস্তি পাবই।’ - জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীৰ এই মন্তব্য

Address

Gauhati
781005

Telephone

+918473034484

Website

Alerts

Be the first to know and let us send you an email when Dainandin Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dainandin Axom:

Share