Asom khobor

Asom khobor Assamese Digital News || Magazine || & News Portal || GHY-3 ASOM KHOBOR is a platform which will enable fearless discussions and ensuring proper presentation.

ASOM KHOBOR is An Assamese and English & Regional news website.The Portal has been started from the Month of 2018 and work is in Progress for Releasing it amongst the readers. ASOM KOBOR is all set to work towards enriching good journalism.People at large always aspire for variety of news. We’re impartial and independent, and every day we create distinctive, world-class programmes and content whic

h inform, educate and entertain people. We shall strive towards righteous, value added news which not only promotes impartiality and transparency but also ensures fair play.Besides focusing on news the portal will emphasize on intellectual developments like publishing of journals, magazines. The portal will contribute towards highlighting news and articles for creating awareness amongst people thus breaking the Mundanities of everyday life. www.news.asomkhobor.com
www.asomkhobor.com
YouTube_ASOM KHOBOR
Twitter_@asomkhobor
share Chat_ Asom khobor
LinkedIn_Asom Khobor Digital_News_Magazine
Pinterest_Asomk Khobor
Tumblr_Asomkhobor
Facebook_Asomkhobor
Contact Email- [email protected]
Official Email- [email protected]
�Assamese Digital News || Magazine || & News Portal || GHY-3
Support Media Partnership@ digpu.com
GST 18BRSPD8872M1ZS

24/10/2025
24/10/2025

■১৯৬২ চনৰ ২৩ অক্টোবৰ দিনটো ভাৰতবাসী বাবে এক ঐতিহাসিক দিন।

■এই দিনটৌতে ভাৰত চীন সীমান্ত বমলাত চীন সেনাৰ সৈতে হোৱা যুজঁত শ্বহীদ চুবেদৰ যোগিন্দ সিংসহ বহু সেনাই প্ৰাণ আহুতি দিছিল।

■আজি এই দিনটো ভাৰতীয় সেনা বাহিনীৰ লগতে টাৱাংৰ বিধায়কে শ্বহীদ সকললৈ জনালে শ্ৰদ্ধাঞ্জলি।

24/10/2025

■১৯৬২ চনৰ ২৩ অক্টোবৰ দিনটো ভাৰতবাসী বাবে এক ঐতিহাসিক দিন।
■এই দিনটৌতে ভাৰত চীন সীমান্ত বমলাত চীন সেনাৰ সৈতে হোৱা যুজঁত শ্বহীদ চুবেদৰ যোগিন্দ সিংসহ বহু সেনাই প্ৰাণ আহুতি দিছিল ।
আজি এই দিনটো ভাৰতীয় সেনা বাহিনীৰ লগতে টাৱাংৰ বিধায়ক ও লগতে বহু জনে শ্বহীদ সকললৈ জনালে শ্ৰদ্ধাঞ্জলি।

24/10/2025

■১৯৬২ চনৰ ২৩ অক্টোবৰ দিনটো ভাৰতবাসী বাবে এক ঐতিহাসিক দিন।
■ এই দিনটৌতে ভাৰত চীন সীমান্ত বমলাত চীন সেনাৰ সৈতে হোৱা যুজঁত শ্বহীদ চুবেদৰ যোগিন্দ সিংসহ বহু সেনাই প্ৰাণ আহুতি দিছিল ।
■আজি এই দিনটো ভাৰতীয় সেনাৰ লগতে টাৱাংৰ বিধায়কসহ বহু জনে শ্বহীদ সকললৈ জনালে শ্ৰদ্ধাঞ্জলি জনাই।
@ [801963365286028:49210: fans]

15/10/2025

তেজপুৰত অষ্টম পোষণ মাহ পালন::
পুৰুষ-মহিলা মাজত
থলুৱা খাদ্য সম্ভাৰৰ ৰন্ধনৰ প্ৰতিযোগিতা::

তেজপুৰ ১৪ অক্টোবৰ ::

১৭ ছেপ্তেম্বৰৰ পৰা ১৬ অক্টোবৰৰলৈকে দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ। দেশৰ আন আন প্ৰান্তৰ লগতে অসমটো পালন কৰা হৈছে ইয়াৰ বিশেষ কাৰ্যসূচী। দেশৰ শিশু- মহিলাসকলক পুষ্টিহীনতা মুক্ত, সুস্থ আৰু সবল কৰিবলৈ পালন কৰা এই পোষণ মাহৰ লগত সংগতি ৰাখি সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ তৰফৰ পৰাও সহযোগী বিভাগসমূহৰ লগত সমন্বয় বৈঠক, প্ৰভাত ফেৰী, ৰন্ধন প্ৰকৰন, প্ৰ্দৰ্শন আদি কাৰ্যসূচী ইতিমধ্যে পালন কৰা দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বিশেষকৈ মহিলাসকল পুষ্টিহীনতাত বেছিকৈ ভোগা দেখা যায়। মহিলাসকলক নিয়মিয়াকৈ পুষ্টিকৰ আহাৰ খাবলৈ সজাগতা সৃষ্টিৰে পুষ্টিহীনতা দূৰ কৰিবলৈ সকলো শ্ৰেণীৰ লোকৰ মাজত তৎপৰতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে এনেদৰে অনুষ্ঠানৰ আয়োজন কৰা হয় পোষণ মাহ ।আজি অষ্টম পোষণ মাহৰ লগত সংগতি ৰাখি তেজপুৰ নগৰৰ পি এম শ্ৰী গান্ধীৰ আশ্ৰম এম ই স্কুলৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এখনি সজাগতা সভা ও পুষ্টিকৰ খাদ্য থলুৱা সম্ভাৰৰ ৰন্ধনৰ প্ৰতিযোগিতা।
দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা
এই কাৰ্যসূচী আৰম্ভ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানটো আৰম্ভ কৰে সজাগতা সভাৰ ও অনুষ্ঠানটিৰ আতঁ ধৰে পোষণ অভিযানৰ খণ্ড প্ৰকল্প সম্বন্বয়ক জিতুস্মিতা বৰ্মনে।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে
উপস্থিত থাকে শোণিতপুৰ জিলাৰ সমাজ কল্যাণ বিষয়া ৰুবী কলিতা, গান্ধী আশ্ৰম বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ ৰায়, থলুৱা খাদ্যৰ বিশেষজ্ঞ দিপাঞ্জলী লহকৰ, তেজপুৰ নগৰ সংহত শিশু বিকাশ প্ৰকল্প বিষয়া সৰলা দাস, পোষণ অভিযানৰ জিলা সম্বন্বয়ক নৱদ্বীপ বৰা, তেজপুৰ নগৰ সংহত শিশুবিকাশ প্ৰকল্প মুখ্য সেৱিকা
লগতে তেজপুৰ নগৰৰ সমাজ কল্যাণ বিভাগৰ ৭৬ টাকে অংগবাড়ী কেন্দ্ৰ কৰ্মী সহায়িকা উপৰিও স্থানীয় ৰাইজ, চুপাৰভাইজৰ,অংগনবাদী কৰ্মী উপস্থিত থাকি পুষ্টিৰ বিষয়ে সজাগতা অনাৰ চেষ্টা কৰাৰ লগতে নিজৰ নিজৰ ঘৰুৱা ভাৱে প্ৰস্তুত কৰা খাদ্য প্ৰদৰ্শন কৰা হয়। ইফালে এই খাদ্য সম্ভাৰ পুৰুষ মহিলাৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰি উপযুক্ত থলুৱা পুষ্টিকৰ খাদ্যৰ ৰন্ধন কৰা ব্যক্তি লৈ পুৰস্কাৰ প্ৰদান কৰা হয়। যদিও শেষত জুবিন গাৰ্গে গোৱা পোষণৰ বিষয়বস্তু সম্পৰ্কীয় "আহাচোন আহা"গীতটোৰে অনুষ্ঠানটি সামৰণি পৰে।

05/10/2025

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ জীপ চিফাৰীৰ ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ জীপ চিফাৰীৰ ।

05/10/2025

মুখ্যমন্ত্ৰীয়ে বিশ্বনাথ মহিলাক উদ্যমী আচঁনি চেক প্ৰদান

05/10/2025

বিশ্বনাথত মুখ্যমন্ত্ৰী

05/10/2025

বিশ্বনাথত মহিলাক চেক বিতৰণ

05/10/2025

বিশ্বনাথ মুখ্যমন্ত্ৰী কি কৈছে

05/10/2025

কামাণ্ডো বেটেলিয়ন বিশ্বনাথ জিলাৰ পাভৈৰ দিৰিংত শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

অসমত নতুনকৈ হ'বলগীয়া ৫ টা কামাণ্ডো বেটেলিয়নৰ আজি প্ৰথমটো কামাণ্ডো বেটেলিয়ন বিশ্বনাথ জিলাৰ পাভৈৰ দিৰিংত শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ২১৮ বিঘা ভূমিত নিৰ্মাণ কৰা পঞ্চম অসম কামাণ্ডো বেটেলিয়নত থাকিব
প্লে-গ্ৰাউণ্ড, বাংকাৰ, চুটিং ৰেঞ্জ, ৰিক্ৰিয়েশ্বন চেন্টাৰ, ধৰ্মীয় উপাসনাস্থলীকে ধৰি বহু অত্যাধুনিক সা-সুবিধা উপলব্ধ হ'ব । অনুষ্ঠানত, মন্ত্ৰী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙ, কেইবাগৰাকীও বিধায়ক তথা জিলা প্ৰশাসনৰ লোক উপস্থিত থাকে । মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয়, অসমত নিৰ্মাণ কৰা অসমত নিৰ্মাণ হোৱা ৫ টা বেটেলিয়ন নিৰ্মাণৰ বাবে ১ হাজাৰ কোটি টকা খৰচ হ'ব । তেওঁ কয়, অসম পুলিচ আজি এটা আধুনিক পুলিচ ফৰ্চলৈ পৰিণত হৈছে ।অসমত নতুনকৈ হ'বলগীয়া ৫ টা কামাণ্ডো বেটেলিয়নৰ আজি প্ৰথমটো কামাণ্ডো বেটেলিয়ন বিশ্বনাথ জিলাৰ পাভৈৰ দিৰিংত শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ২১৮ বিঘা ভূমিত নিৰ্মাণ কৰা পঞ্চম অসম কামাণ্ডো বেটেলিয়নত থাকিব
প্লে-গ্ৰাউণ্ড, বাংকাৰ, চুটিং ৰেঞ্জ, ৰিক্ৰিয়েশ্বন চেন্টাৰ, ধৰ্মীয় উপাসনাস্থলীকে ধৰি বহু অত্যাধুনিক সা-সুবিধা উপলব্ধ হ'ব । অনুষ্ঠানত, মন্ত্ৰী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙ, কেইবাগৰাকীও বিধায়ক তথা জিলা প্ৰশাসনৰ লোক উপস্থিত থাকে । মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয়, অসমত নিৰ্মাণ কৰা অসমত নিৰ্মাণ হোৱা ৫ টা বেটেলিয়ন নিৰ্মাণৰ বাবে ১ হাজাৰ কোটি টকা খৰচ হ'ব । তেওঁ কয়, অসম পুলিচ আজি এটা আধুনিক পুলিচ ফৰ্চলৈ পৰিণত হৈছে ।

Address

Chandmari
Gauhati
781003

Alerts

Be the first to know and let us send you an email when Asom khobor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asom khobor:

Share