TheCrosscurrent.in

TheCrosscurrent.in The Crosscurrent is an independent newsroom that produces investigative and analytical reporting wit
(3)

03/09/2025

প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই আজি ত্যাগ কৰিব বিজেপি। আন কেইবাজনো বিজেপি নেতাই দল ত্যাগ কৰাৰ সম্ভাৱনা। এই সন্দৰ্ভত কি ক'লে বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই?

03/09/2025

বৃদ্ধি হ’ল ‘কা’ৰ সময়সীমা, ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ আগত অহা অ-মুছলমানে লাভ কৰিব ভাৰতৰ নাগৰিকত্ব

🔷বৃদ্ধি হ’ল ‘কা’ৰ সময়সীমা🔷‘কা’ৰ সময়সীমা ১০ বছৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ🔷নতুন সিদ্ধান্ত অনুসৰি  ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ আগত ...
03/09/2025

🔷বৃদ্ধি হ’ল ‘কা’ৰ সময়সীমা
🔷‘কা’ৰ সময়সীমা ১০ বছৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ
🔷নতুন সিদ্ধান্ত অনুসৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ আগত অহা অ-মুছলমানে লাভ কৰিব ভাৰতৰ নাগৰিকত্ব
🔷পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ ছটা ধৰ্মৰ নাগৰিকৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্ত
🔷পাছপ'ৰ্ট অথবা অন্যান্য ভ্ৰমণ নথি-পত্ৰ অবিহনেও ভাৰতত থাকিব পাৰিব হিন্দু,বৌদ্ধ,জৈন,শিখ,পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী নাগৰিক
🔷নেপাল আৰু ভূটানৰ পৰা অহা এই ছটা ধৰ্মাৱলম্বী নাগৰিককো ৰেহাই দিয়া হৈছে পাছপ'ৰ্ট
🔷প্ৰব্ৰজন আৰু বিদেশী (নাগৰিক) আইন ২০২৫ৰ অধীনত এই সিদ্ধান্ত
🔷পূৰ্বতে এই সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ

03/09/2025
03/09/2025

বিজেপিৰ প্ৰতি মোহভংগ!
মুখ্যমন্ত্ৰীৰ সংগ এৰিব এসময়ৰ ঘনিষ্ঠ বিনন্দ শইকীয়াই

03/09/2025

গুৱাহাটীত উৰণ সেতু নিৰ্মাণত ৯ মাহত দুজন নিহত, আহত ৫...নহ'ল কোনো তদন্ত!

03/09/2025

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণক লৈ সুখী নহয় অৰ্জুন ভোগেশ্বৰ বৰুৱা। অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা এই সন্দৰ্ভত কি ক’লে অৰ্জুন ভোগেশ্বৰ বৰুৱাই?

03/09/2025

হাৰ্লে ডেভিডছনৰ ওপৰত অধিক শুল্ক আৰোপ কৰি ভাৰতে দুৱাৰ বন্ধ কৰিলে। শুল্ক যুদ্ধক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মন্তব্য।

03/09/2025

নীতিন গাডকাৰীৰ পুত্ৰৰ স্বাৰ্থত E20 পেট্ৰ’লৰ প্ৰচলন!

Address

H.No. 11. Nearby Kali Mandir, DownTown
Gauhati

Alerts

Be the first to know and let us send you an email when TheCrosscurrent.in posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TheCrosscurrent.in:

Share