BOKO LIVE

BOKO LIVE � Stay Informed, Stay Ahead!

Welcome to BOKO LIVE page– your trusted source for the latest breaking news, insightful analysis, and real-time updates from around the world and your local community.
� Local | � Global | � Politics | � Economy.

'তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ                তুমি নাথ মঞি নাথৱন্ত।        চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়...
18/08/2025

'তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
তুমি নাথ মঞি নাথৱন্ত।
চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত।।”

গুৰু দুজনাৰ পুণ্য তিথি আৰু প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰে উদ্ভাসিত এই পৱিত্ৰ ভাদ মাহে সকলো অপায়-অমংগল নেওচি আধ্যাত্মিকতাৰ মাজেৰে সমাজখনলৈ লৈ আহক শান্তি-সমৃদ্ধি আৰু একাত্মবোধৰ বতৰা
অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ আজিৰ প্ৰথমটো দিন আজিৰে পৰা অসমৰ প্ৰতিটো নামঘৰত মুখৰিত হব হৰি নামৰ ধ্বন্নি ভক্তিৰসত বিলীন যাব অসমীয়া সমাজ জীৱন ।

📌বকোত প্ৰাতঃভ্ৰমণলৈ গৈ ৰে'লৰ খুন্দাত একেলগে নিহত ৩গৰাকীকৈ মহিলা।📌নিহত উত্তৰা দাস, ৰুমী দাস আৰু কৰবী মালীৰ ঘৰ বকোৰ ২ নং চ...
18/08/2025

📌বকোত প্ৰাতঃভ্ৰমণলৈ গৈ ৰে'লৰ খুন্দাত একেলগে নিহত ৩গৰাকীকৈ মহিলা।
📌নিহত উত্তৰা দাস, ৰুমী দাস আৰু কৰবী মালীৰ ঘৰ বকোৰ ২ নং চাটাইবাৰীত।

18/08/2025

বকোৰ বামুণীগাঁও ৰে'ল ষ্টেচনৰ সমীপত শো*কা*ৱ*হ ঘটনা। ৰে'লৰ খুন্দাত ৩গৰাকী মহিলাৰ মৃ*ত্যু। মৃ*ত ৩গৰাকী-উত্তৰা দাস, ৰুমী দাস আৰু কৰৱী মালী। প্ৰাতঃভ্ৰমণলৈ গৈছিল তিনিওগৰাকী মহিলা।

📌 নগাঁওৰ ঢাকাইপট্টিৰ নতুন নাম ৰূপকোঁৱৰ চ'ক
12/08/2025

📌 নগাঁওৰ ঢাকাইপট্টিৰ নতুন নাম ৰূপকোঁৱৰ চ'ক

Foundation For Sustainable Development Trust ৰ উদ্দোগত বৈজ্ঞানিক পদ্ধতিত মাছ চাষ সম্পৰ্কীয় সচেতনতামূলক শিবিৰৰ আয়োজন হৈ...
10/08/2025

Foundation For Sustainable Development Trust ৰ উদ্দোগত বৈজ্ঞানিক পদ্ধতিত মাছ চাষ সম্পৰ্কীয় সচেতনতামূলক শিবিৰৰ আয়োজন হৈ যায় যোৱা ইংৰাজী 08-08-2025 তাৰিখে মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ ৰ অন্তৰ্গত কালমোবাৰী গাঁও পঞ্চায়ত কমিউনিটি হলত। সভাখন উদ্বোধন কৰে FSDT পৰিচালক সঞ্চালক শ্ৰী জয়ন্থ বৰাই লগতে সভাৰ লক্ষ্য আৰু প্ৰকল্পৰ মূল উদ্দেশ্য সম্বন্ধে বিস্তাৰিত আলোচনা কৰে আৰু আমন্ত্ৰিত অতিথি শ্ৰীমতী হাবিবা জাহানে বৈজ্ঞানিক পদ্ধতিত মাছচাষৰ প্ৰয়োজনীয়তা, উৎপাদন বৃদ্ধি কৰাৰ কৌশল আৰু সঠিক খাদ্য ব্যৱস্থাপনা বিষয়ে অংশগ্ৰহণকাৰী সকলক বুজাই দিয়ে। লগতে আবুল কালাম আজাদে প্ৰকল্পটোৰ মাধ্যমেৰে উপভোক্তাসকলক লাভজনক মাছচাষৰ পৰা অর্থনৈতিক উন্নয়ন কেনেকৈ সম্ভব সেই বিষয়ে চমু বক্তৃতা প্ৰদান কৰে।

সকলো ভাই-ভনীক ৰাখীবন্ধনৰ শুভেচ্ছাঁ জ্ঞাপন কৰিলো।
09/08/2025

সকলো ভাই-ভনীক ৰাখীবন্ধনৰ শুভেচ্ছাঁ জ্ঞাপন কৰিলো।

১৫ আগষ্ট ২০২৫ ইং তাৰিখে উদ্বোধন হব লগা বকো ছয়গাওঁ সমজিলা আয়ুক্ত কাৰ্য্যালয় ।
08/08/2025

১৫ আগষ্ট ২০২৫ ইং তাৰিখে উদ্বোধন হব লগা বকো ছয়গাওঁ সমজিলা আয়ুক্ত কাৰ্য্যালয় ।

  📌মহানগৰীৰ S*x Racketৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ আৰক্ষী জোৱান জিয়াৰুল ৰহমান
06/08/2025


📌মহানগৰীৰ S*x Racketৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ আৰক্ষী জোৱান জিয়াৰুল ৰহমান

*🙏🌹Hail Shri Mahakal 🌹🙏**Today's Sandhyaarti decoration of Shri Mahakaleshwar Jyotirlinga*
05/08/2025

*🙏🌹Hail Shri Mahakal 🌹🙏*
*Today's Sandhyaarti decoration of Shri Mahakaleshwar Jyotirlinga*

📌জয়ানগৰৰ ''বেপ্তিছ ইন''ত চলা সুন্দৰী যুৱতীৰ দেহ বেহাৰ কাণ্ডৰে জড়িত ৪ জনক গ্ৰেপ্তাৰ📌গ্ৰেপ্তাৰ বেপ্তিছ ইনৰ মালিক বাপ্তী দ...
05/08/2025

📌জয়ানগৰৰ ''বেপ্তিছ ইন''ত চলা সুন্দৰী যুৱতীৰ দেহ বেহাৰ কাণ্ডৰে জড়িত ৪ জনক গ্ৰেপ্তাৰ
📌গ্ৰেপ্তাৰ বেপ্তিছ ইনৰ মালিক বাপ্তী দাস সহ তিনি গৰাকী মহিলা

05/08/2025

📌 আজি উত্তৰাখণ্ডত এটা ভয়ংকৰ আকস্মিক বান আহি ব্যাপক ধ্বংস সাধন কৰে। বহুতো ঘৰ ধ্বংস হৈছে, বহু লোকৰ মৃত্যু ঘটিছে আৰু অনেকেই আঘাতপ্ৰাপ্ত হৈছে। উত্তৰাখণ্ডৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।🙏

📌 A massive flash flood struck Uttarakhand today, causing widespread devastation. Many houses were destroyed, lives were lost, and several people were injured. Pray for Uttarakhand. 🙏

🛑গৰম পানী খাওক নিৰোগী হওক!🛑আমাৰ হাতৰ কাষতে পোৱা বিভিন্ন বনৌষধী, ফুল, পাতেৰে বহুৰোগ নিৰাময় কৰিব পাৰি।কিন্তু বহুক্ষেত্ৰত ব...
05/08/2025

🛑গৰম পানী খাওক নিৰোগী হওক!🛑

আমাৰ হাতৰ কাষতে পোৱা বিভিন্ন বনৌষধী, ফুল, পাতেৰে বহুৰোগ নিৰাময় কৰিব পাৰি।কিন্তু বহুক্ষেত্ৰত বনৌষধ চিনাক্ত কৰণ, পৰিমাণ আদিৰ স্পষ্ট ধাৰণা আৰু নিৰ্দেশনাৰ অভাৱত ইচ্ছা থাকিলেও বহুতৰ ক্ষেত্ৰত প্ৰাকৃতিক চিকিৎসা লোৱাটো সম্ভৱ হৈ নুঠে। আহকচোন এতিয়া আপোনাৰ ৰোগৰ চিকিৎসা একেবাৰে ভাতৰ লগত পানী খোৱা কৰি পেলাওঁ। হয় মই পানীৰেই আপোনাৰ বহুতো ৰোগ কেনেকৈ আৰোগ্য কৰিব তাৰেই দিহা দিবলৈ ওলাইছো । আৰম্ভ কৰি দিয়ক আৰু সুস্থ হওক।
জাপানৰ চিকিৎসক গৱেষকৰ এটা দলে প্ৰমাণ কৰিছে যে গৰম পানীয়ে মূৰৰ বিষ, মাইগ্ৰেন, উচ্চ /নিম্ন ৰক্তচাপ, অনিমীয়া হৃদস্পন্দন, কলেষ্ট্ৰল বৃদ্ধি , কফ, অসহজতা, গাঁঠিৰ বিষ, হাপানী , শিৰা ৰোদ্ধ, মূত্ৰ ৰোগ, উদৰৰোগ, স্মৰণ বিকাৰ, চকু, কান, নাক, ডিঙি সম্বন্ধীয় ৰোগত ১০০% ফলপ্ৰসু আৰু আৰোগ্যকাৰী।
গৰম পানী কেনেকৈ খাব-
পুৱা সোনকালে টোপনিৰ পৰা উঠি খালি পেটত ৪ গিলাচ গৰমপানী খাব আৰু ৪৫ মিনিট সময়লৈকে একো নাখাব। আৰম্ভণিতে চাৰি গিলাচ নোৱাৰিলে অলপ অলপকৈ বঢ়াব।
গৰম পানীৰে বিভিন্ন ৰোগৰ পৰা আৰোগ্য পোৱাৰ সময় সীমা ।
১- ডাইবেটিজ-৩০ দিন।
২- ব্লাড প্ৰেচাৰ-৩০ দিন ।
৩- পেটৰ ৰোগ- ১০ দিন।
৪- কেন্চাৰ -৯ মাহ।
৫- শিৰাৰোদ্ধতা- ৬ মাহ।
৬- আভোক- ১০ দিন।
৭- ইউটেৰাচ ৰোগ-১০ দিন।
৮- নাক/কান/ডিঙি -১০ দিন।
৯- মাহেকীয়া সমস্যা - ১৫ দিন।
১০- হৃদয় ৰোগ-৩০ দিন।
১১- মূৰৰ বিষ/মাইগ্ৰেণ- ৩ দিন।
১২-কলেষ্টৰেল- ৪ মাহ।
১৩- পেৰালাইচিচ- ৯ মাহ।
১৪- হাপানী-৪ মাহ।
ঠাণ্ডা পানী আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । ঠাণ্ডা পানীয়ে এতিয়া ক্ষতি নকৰিলেও বুঢ়া বয়সত নিশ্চিত ক্ষতি কৰিব।
ঠাণ্ডা পানীয়ে হৃদয়ৰ ৪টা মুখ্য শিৰা বা নলী ব্লক কৰি পেলায়।যিটো হৃদয় ৰোগ আৰু হাৰ্ট এটেকৰ কাৰণ হৈ পৰে। কল্ডড্ৰিংক্স হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ।
ঠাণ্ডা পানীয়ে লিভাৰ নষ্ট কৰে আৰু লিভাৰত চৰ্বী বা ফেট জমা কৰে। লিভাৰ ট্ৰেন্সপ্লান্টৰ বাবে ৰৈ থকা ৰোগীয়েহে জানে ঠাণ্ডা পানী খোৱাৰ পৰিণতি ।
ঠাণ্ডা পানীয়ে পেটৰ আভ্যন্তৰীণ অংগ আৰু বৃহৎ অন্ত্ৰৰ ক্ষতি কৰি কেন্সাৰ ৰোগ সৃষ্টি কৰে। (প্লাষ্টিকৰ পাত্ৰত গৰম চাহ/পানী বা গৰম আহাৰ বৰ্জন কৰিব । ইও কেন্সাৰ সৃষ্টি কৰে।)

বিঃদ্ৰঃ অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আনকো সজাগ হোৱাত সহায় কৰিব ।

Address

Boko
Gauhati
781123

Website

Alerts

Be the first to know and let us send you an email when BOKO LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category