Amola vlogs

Directions

Amola vlogs "কোনোবাই যিমানে সংগ দিয়ক, বিশ্বাস নিজৰ ওপৰেতে ৰাখিবা, কাৰণ তুমি অকলেও সকলো কৰিব পাৰিব লাগিব।

ধুনীয়া ঘৰৰ সন্মুখত, ধুনীয়া ফুলৰ মাজত 🌸 গোলাপী মেখেলা চাদৰৰে সজাই নিজকে, হাঁহি এটাৰে জিলিকাই দিলোঁ ৰাতিটো সপোনৰ ঘৰখন যি...
27/09/2026

ধুনীয়া ঘৰৰ সন্মুখত, ধুনীয়া ফুলৰ মাজত 🌸 গোলাপী মেখেলা চাদৰৰে সজাই নিজকে, হাঁহি এটাৰে জিলিকাই দিলোঁ ৰাতিটো
সপোনৰ ঘৰখন যিমান ধুনীয়া, তাতকৈ বেছি ধুনীয়া মানুহৰ মন আৰু মৰম।🏡💖
,
,
,
,




Amola vlogs

ৰ'দটোৰ দৰে নিজে জিলিকি থাকা, আনকো পোহৰ দিয়া ☀️Good Morning Everyone!,,,,       Amola vlogs
27/09/2026

ৰ'দটোৰ দৰে নিজে জিলিকি থাকা, আনকো পোহৰ দিয়া ☀️
Good Morning Everyone!
,
,
,
,




Amola vlogs

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!শংকৰ নাথ বৰা, Ella Cortez, Chad A...
26/09/2026

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

শংকৰ নাথ বৰা, Ella Cortez, Chad Aaron Todd, Ai Chang Chakhap
বহুত বহুত ধন্যবাদ জনাইছো সকলোকে
,
,
,
,




Amola vlogs

সাজ পাৰত নহয়, হাঁহিতহে সৌন্দৰ্য্য লুকাই থাকে 🌿মোৰ গাঁৱলীয়া সাজত মোৰ গৌৰৱ ✨,,,,      Amola vlogs
26/09/2026

সাজ পাৰত নহয়, হাঁহিতহে সৌন্দৰ্য্য লুকাই থাকে 🌿
মোৰ গাঁৱলীয়া সাজত মোৰ গৌৰৱ ✨
,
,
,
,



Amola vlogs

ৰাতি নামিছে লাহে লাহে,আকাশত তৰাৰ মেলা।তোমাৰ হাঁহিটোৰ দৰেই,জোনটো আজি বৰ ধুনীয়া।দিনৰ ব্যস্ততাৰ শেষত,ৰাতিয়ে আনে শান্তি।তো...
25/09/2026

ৰাতি নামিছে লাহে লাহে,
আকাশত তৰাৰ মেলা।
তোমাৰ হাঁহিটোৰ দৰেই,
জোনটো আজি বৰ ধুনীয়া।

দিনৰ ব্যস্ততাৰ শেষত,
ৰাতিয়ে আনে শান্তি।
তোমাৰ দুচকুত সপোন আছে,
যি দিয়ে মোক মৰমৰ কান্তি।

শুভ ৰাতি ককাই,বাই
টোপনি যোৱা শান্তিৰে।
সপোনবোৰ ধুনীয়া হওঁক,
জোনাকৰ দৰে উজ্বলি থাকক।
,
,
,
,




Amola vlogs

এই ৰ'দে পোৰা দুপৰীয়াটোতমনটো শান্ত হৈ থাকক,কামবোৰ আটাইবোৰ সহজ হৈ যাওকআৰু মুখত এটা মিঠা হাঁহি থাককশুভ দুপৰীয়া ককাই বাই, ...
25/09/2026

এই ৰ'দে পোৰা দুপৰীয়াটোত
মনটো শান্ত হৈ থাকক,
কামবোৰ আটাইবোৰ সহজ হৈ যাওক
আৰু মুখত এটা মিঠা হাঁহি থাকক
শুভ দুপৰীয়া ককাই বাই, দিনটো ধুনীয়া হওক!
,
,
,
,




Amola vlogs

coment ৰ জৰিয়তে ইমান মৰম দিয়া টো কোনো গুণে কম নহয়,সঁচাকৈ বহুত মৰম লগাকৈ comment কৰি থাকে মোৰ মৰমৰ দাদা জনে,এনেকৈ আমি ...
25/09/2026

coment ৰ জৰিয়তে ইমান মৰম দিয়া টো কোনো গুণে কম নহয়,সঁচাকৈ বহুত মৰম লগাকৈ comment কৰি থাকে মোৰ মৰমৰ দাদা জনে,এনেকৈ আমি fesbook জগত খন সকলোৱে সকলোক সঁহাৰি জনাই আগবাঢ়ি যাব লাগিব,মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো Bhaskar Das দাদা🙏💕💕
,
,
,
,
,




Amola vlogs

🎉 Facebook recognized me as a consistent post creator this week!
24/09/2026

🎉 Facebook recognized me as a consistent post creator this week!

সকলোকে ৰাতিৰ শুভেচ্ছা জনালোঁ সকলোৱে ভাল দৰে শুই যোৱা,অহা কালিলৈ পোৱাৰ লগ পোৱাৰ আশাৰে...😴,,,,        Amola vlogs
24/09/2026

সকলোকে ৰাতিৰ শুভেচ্ছা জনালোঁ সকলোৱে ভাল দৰে শুই যোৱা,অহা কালিলৈ পোৱাৰ লগ পোৱাৰ আশাৰে...😴
,
,
,
,




Amola vlogs

24/09/2026

দুপৰীয়া জিৰণি নোলোৱাকৈ কাপোৰ খন উলিয়াব চেষ্টা কৰি আছোঁ..🧵✅....




Amola vlogs

Address

Riangdo Boko Road
Gauhati
781129

Website

Alerts

Be the first to know and let us send you an email when Amola vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share