News 30

News 30 অসম আৰু অসমীয়াৰ স্বাৰ্থত অবিচল ৱেব পৰ্টেল ।

📌শৃংখল চলিহাৰ কটা গল পাখি।📌বীৰ লাচিত সেনাৰ পৰা সাময়িক অব্যাহতি।📌কোনো ধৰণৰ সংবাদমেলতো কৰিব নোৱাৰিব অংশগ্ৰহণ।
08/08/2025

📌শৃংখল চলিহাৰ কটা গল পাখি।
📌বীৰ লাচিত সেনাৰ পৰা সাময়িক অব্যাহতি।
📌কোনো ধৰণৰ সংবাদমেলতো কৰিব নোৱাৰিব অংশগ্ৰহণ।

08/08/2025

📌CAA ৰ জড়িয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ঘোষণাৰ পিছতেই ৰাজ্য জুৰি দল সংগঠনৰ উত্তাল প্ৰতিবাদ ।
📌গোৱালপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
#অসমীয়াবাতৰি

08/08/2025

📌অসমজুৰি আছুৰ প্ৰতিলিপি দাহ কাৰ্যসূচী।
📌গোৱালপাৰাত আছুৰ প্ৰতিলিপি দাহ কাৰ্যসূচী।
📌মূখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই সোচ্চাৰ হৈ পৰে আছু ।

#অসমীয়াবাতৰি

08/08/2025

📌বিলাসীপাৰাত বাঙালী ফেডাৰেছনৰ বিলাসীপাৰা সম-জিলা শক্তিশালী কমিটি গঠন।
📌 সদৌ অসম বাঙালী ফেডাৰেছনৰ সভাপতি গোপাল ঘোষৰ উপস্থিতিত অনন্ত সাহা সভাপতি আৰু নাৰায়ণ চুৰ্ণকৰ সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতি গঠন।
#অসমীয়াবাতৰি

বিবাহ সূত্ৰেহে আহোম শৃংখল চলিহা ।হেংদাং সাক্ষী কৰি বিয়া পতা শৃংখল চলিহাৰ আচল স্বৰূপ।
08/08/2025

বিবাহ সূত্ৰেহে আহোম শৃংখল চলিহা ।
হেংদাং সাক্ষী কৰি বিয়া পতা শৃংখল চলিহাৰ আচল স্বৰূপ।

08/08/2025

📌বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মন্তব্য-
📌চুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ কৰা হব ৷
📌আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ অহা নিপীডি়ত অ-মুছলমান লোক সকলৰ বিৰুদ্ধে ট্ৰিবিউনেলনত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্ত সকলক নিৰ্দেশ জাৰি কৰিছে ৰাজ়্য চৰকাৰে ৷

07/08/2025

📌 বিলাসীপাৰা কলেজত শিক্ষামন্ত্ৰীৰ ,হেৰিটেজ বিল্ডিং উদ্বোধন।
📌 বিলাসীপাৰাত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিলাসীপাৰা কলেজত উপস্থিত হৈ জমিদাৰী ৰাজত্ব কালতে দান দিয়া প্ৰাচীন নক্সাযুক্ত বিল্ডিংটোৰ শুভ উদ্বোধন কৰে ।
#অসমীয়াবাতৰি

📌শৃংখল চলিহা বিজতৰীয়া আহোম ।📌এইবাৰ শৃংখল চলিহাৰ লম্ফজম্ফ ওৰ পৰাৰ সম্ভাৱনা ।
07/08/2025

📌শৃংখল চলিহা বিজতৰীয়া আহোম ।
📌এইবাৰ শৃংখল চলিহাৰ লম্ফজম্ফ ওৰ পৰাৰ সম্ভাৱনা ।

07/08/2025

📌ৰঙিয়াৰ সমীপৰ তামোলপুৰ জিলাৰ অন্তৰ্গত লাহাপাৰাত লোমহৰ্ষক ঘটনা ।
📌চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ব্যৱসায়ীক হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ ।
📌চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ ৰুহুল আমিনক ।
#অসমীয়াবাতৰি

06/08/2025

শৃংখল চলিহাৰ স্পষ্ট কথা -
📌সম্প্ৰীতি শেষ, যুদ্ধ হ’ব৷
📌 সম্প্ৰীতি-ছম্প্ৰীতি এতিয়া শিৱসাগৰত শেষ, যুদ্ধ হ’ব৷

📌 যদি শিৱসাগৰ জ্বলে জ্বলিব৷
📌 আৰু যদি মুখামুখি সংঘৰ্ষ বিচাৰিছে, হ’ব সংঘৰ্ষ৷ ক’ত লাগিব এইটো ক’লেই হ’ল৷
📌 সম্প্ৰীতি দেখুৱাৰ ঠিকা লৈ থৈছো নেকি?
📌 কিহৰ সম্প্ৰীতি সদায় সদায়?
📌তাৰ কাৰণে যুদ্ধ হ’ব, প্ৰয়োজনত হেংদাং হ’ব আৰু প্ৰয়োজনত যদি আন কিবা বিকল্প চিন্তা কৰিব লাগে, বিকল্প কিবা চিন্তা হ’ব৷ কিন্তু যুদ্ধ তো হ’বই৷”

06/08/2025

📌১১ তম ৰাষ্ট্ৰীয় হস্ততাত দিৱস উদযাপন-২০২৫ গোৱালপাৰা মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হব।
📌৭ আগষ্টৰ পৰা ১১ আগষ্টলৈ চলিব হস্ত তাঁত সামগ্ৰীৰ প্ৰদৰ্শন ও বিক্ৰী মেলা।
📌প্ৰতিদিনেই ফেচন শ্বো আদিকৰি বহু ৰঙীন কাৰ্যসূচী অনুষ্ঠিত হব মূল মঞ্চত।

06/08/2025

📌গোৱালপাৰাৰ ফৰেষ্ট গেষ্টৰ পৰা ডোপতলালৈ ৰাস্তাৰ কাষৰ দোকান সমুহক ২ ঘন্টীয়া সময়সীমা।
📌লাট মণ্ডল আৰু আৰক্ষী বাহিনীৰ টহলদাৰীয়ে উচ্ছেদৰ বাবে সময়সীমা।
📌ৰাইজৰ মাজত হাহাকাৰ এফালৰ পৰা দোকান খালী কৰি তৎপোৱা নাই।

Address

House No. 5, Senduriali Path, Jonali, RGB Road, Guwahati
Gauhati
781024

Alerts

Be the first to know and let us send you an email when News 30 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News 30:

Share