Joy Axom

Joy Axom মোৰ মৰমৰ বন্ধু বান্ধবী সকল মোৰ ফেচবুক পেজত আহিছেই যেতিয়া মৰম আৰু আশীৰ্বাদ অলপ দি যাব নাপাহৰিব দেই 🙏❤️😊

25/10/2025

I got over 10 reactions on one of my posts last week! Thanks everyone for your support! 🎉

এতিয়া আৰু জুবিন দাৰ ওচৰলৈ যাবলৈ কাৰো permission লব নালাগে। কোনো সিদ্ধার্থ, শেখৰে বাধা নিদিয়ে সেইটোৱেই ভাল লাগে ৰজা সদায়...
16/10/2025

এতিয়া আৰু জুবিন দাৰ ওচৰলৈ যাবলৈ কাৰো permission লব নালাগে। কোনো সিদ্ধার্থ, শেখৰে বাধা নিদিয়ে সেইটোৱেই ভাল লাগে ৰজা সদায় জীয়াই থাকিব অন্তৰত । জয় জুবিন দা ✊💪👑

Garg

16/10/2025
জোৰকৈ বাঁহী বজায় অসমৰ ৰাইজক,  কান কলা কৰা বাবে,  আঠু কঢ়াই থৈ দিয়া হৈছে 🙏🙃🙃🙃
15/10/2025

জোৰকৈ বাঁহী বজায় অসমৰ ৰাইজক,
কান কলা কৰা বাবে,
আঠু কঢ়াই থৈ দিয়া হৈছে 🙏🙃🙃🙃

আৰক্ষীৰ জিম্মা শেষ, এতিয়া এই কেইজনক কত ৰখাটো বিচাৰে আপুনি?
15/10/2025

আৰক্ষীৰ জিম্মা শেষ, এতিয়া এই কেইজনক কত ৰখাটো বিচাৰে আপুনি?

মোৰ বুকুত মুৰ থৈ কৈছিলা, " তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম ?"শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহ...
14/10/2025

মোৰ বুকুত মুৰ থৈ কৈছিলা,
" তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম ?"

শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰেমাতি আছো মই?

সামাজিক মাধ্যমত গৰিমা শইকীয়াৰ post 😭 💔

আমি যে ন্যায়ৰ অপেক্ষাত আছো এই কথা ছিংগাপুৰ চৰকাৰে জনাটো অতি প্ৰয়োজন । অসম চৰকাৰৰ দৰে ছিংগাপুৰ চৰকাৰেও তদন্ত চলায় আছে ।গত...
14/10/2025

আমি যে ন্যায়ৰ অপেক্ষাত আছো এই কথা ছিংগাপুৰ চৰকাৰে জনাটো অতি প্ৰয়োজন । অসম চৰকাৰৰ দৰে ছিংগাপুৰ চৰকাৰেও তদন্ত চলায় আছে ।গতিকে তলত উল্লেখ কৰা # টোক জনপ্ৰিয় কৰিলে তেওঁলোকৰ চকুত বিষয়টো পৰিব, ভাবি চাব এবাৰ ।


আহক 1 million কৰোঁ ।
14/10/2025

আহক 1 million কৰোঁ ।

জুবিন গাৰ্গৰ সমাধিস্থলীত চাকি জ্বলাই ন্যায়ৰ দাবী জনাইছে অৰুণ গাৰ্গে ।     Garg
14/10/2025

জুবিন গাৰ্গৰ সমাধিস্থলীত চাকি জ্বলাই ন্যায়ৰ দাবী জনাইছে অৰুণ গাৰ্গে ।
Garg

We demand   We will not stop until it is served 💪⚖️ ভাগৰি নাযাব লিখি থাকিব যেতিয়া লৈকে justice নিদিয়ে 🙏😭💔🥹 গৰীমা বাই ১...
13/10/2025

We demand
We will not stop until it is served 💪⚖️ ভাগৰি নাযাব লিখি থাকিব যেতিয়া লৈকে justice নিদিয়ে 🙏😭💔🥹 গৰীমা বাই ১০ দিন সময় দিছে

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Joy Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share