GU TIMES Digital

GU TIMES Digital An in-house media organization by the students of Department of Communication & Journalism, Gauhati University.

06/02/2026

Department of English Language Teaching, in collaboration with the Directorate of Students' Welfare, Gauhati University, organized an enriching interactive session titled "Reflecting on Legacy, Culture, Creativity and the Future", featuring Sage Akash Hazarika on 5th of February 2026.

During the conversation, Sage Akash Hazarika shared his personal experiences and emotions of growing up as the grandson of Dr. Bhupen Hazarika, reflecting on legacy, responsibility, and the influence of culture and creativity in shaping identity.

The session was further honoured by the presence of the Hon'ble Vice-Chancellor of Gauhati University, who actively interacted with students and shared his insights on Dr. Bhupen Hazarika's vision of Assam, highlighting his thoughts on culture, humanity, society, and universal values.

The conversation inspired students to reflect on heritage, creativity, and the future through the lens of one of Assam's greatest cultural icons.

গুৱাহাটী বিশ্ববিদ্যালয়ত অসমী আইৰ বীৰ সন্তান মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। অসম আর্হি ৭ নং লাচিত বৰফুকন ছ...
26/11/2025

গুৱাহাটী বিশ্ববিদ্যালয়ত অসমী আইৰ বীৰ সন্তান মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। অসম আর্হি ৭ নং লাচিত বৰফুকন ছাত্ৰাৱাস আৰু গুৱাহাটী বিশ্ববিদ্যালয় টাই আহোম ছাত্র সমাজৰ যৌথ সহযোগত আয়োজিত বিশেষ কাৰ্যসূচীত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক অধ্যাপক বাহাৰুল আলী, অধ্যাপক কুলদীপ শৰ্মা সমন্বিতে শিক্ষাৰ্থীসকল উপস্থিত থাকে। অনুষ্ঠানত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

২৪ নৱেম্বৰ ২০২৫ ত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় অসমী আইৰ বীৰ সন্তান মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী অনুস্থান। অসম...
26/11/2025

২৪ নৱেম্বৰ ২০২৫ ত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় অসমী আইৰ বীৰ সন্তান মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী অনুস্থান। অসম আর্হি ৭ নং লাচিত বৰফুকন ছাত্ৰাৱাস আৰু গুৱাহাটী বিশ্ববিদ্যালয় টাই আহোম ছাত্র সমাজৰ যৌথ সহযোগত আয়োজিত বিশেষ কাৰ্যসূচীত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক অধ্যাপক বাহাৰুল আলী, অধ্যাপক কুলদীপ শৰ্মা সমন্বিতে শিক্ষাৰ্থীসকল উপস্থিত থাকে। অনুষ্ঠানত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

23/11/2025

📌 গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়“বিকশিত
ভাৰত@২০৪৭ – ৰাষ্ট্ৰীয় উন্নয়ন আৰু নেতৃত্বৰ বাবে
নাৰী শক্তি শক্তিশালীকৰণ” শীৰ্ষক মহিলা সন্মিলন

📌 নেতৃত্ব, উদ্ভাৱন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব
আৰোপ কৰি অনুষ্ঠিত কৰা হয় এই সন্মিলন

Good News for GU Students!Students of the Radiological Physics and Cancer Biology Departments at Gauhati University will...
22/11/2025

Good News for GU Students!

Students of the Radiological Physics and Cancer Biology Departments at Gauhati University will no longer have to struggle with long commutes to the Bhubaneswar Borooah Cancer Institute (BBCI) for practical classes.

After the issue was raised with the authorities, Gauhati University has officially arranged dedicated bus services for students of both departments. This will ensure a smoother, safer, and more convenient daily commute.

Prabal Jyoti Sarma, General Secretary of PGSU, thanked all students for their patience and cooperation while the matter was being resolved.

A big relief for the departments—better access, better learning!

22/11/2025

📌 গুৱাহাটী বিশ্ববিদ‍্যালয়ত অনুষ্ঠিত ৰাস মহোৎসৱৰ
কিছু দৃশ‍্যাংশ

22/11/2025

📌 গুৱাহাটী বিশ্ববিদ‍্যালয় যোগাযোগ আৰু সাংবাদিকতা বিভাগে আয়োজন কৰে জনসম্পৰ্ক শীৰ্ষক আলোচনা চক্ৰ

📌 আলোচক হিচাপে উপস্থিত থাকে অসমৰ মুখ‍্যমন্ত্ৰীৰ জনসম্পৰ্ক কোষৰ ডেপুটি ডিৰেক্টৰ বিজেন্দ্ৰ গগৈ

📌 আদৰণি ভাষণ প্ৰদান কৰে বিভাগৰ সহকাৰী অধ‍্যাপিকা ড• ভাৰতী ভড়ালীয়ে

You can also follow on Instagram to see more.
20/11/2025

You can also follow on Instagram to see more.

Address

Gopinath Bordoloi Nagar, Jalukbari
Gauhati
781014

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm

Website

Alerts

Be the first to know and let us send you an email when GU TIMES Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share