09/06/2026
তেজপুৰৰ লিচুৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ-
অসমৰ কৃষি আৰু শস্য উৎপাদন খণ্ডৰ বাবে এক অভূতপূৰ্ব তথা গৌৰৱময় অধ্যায়ৰ সূচনা হৈছে। ৰাজ্যখনৰ অতি জনপ্ৰিয় আৰু ভৌগোলিক স্বীকৃতি (GI Tag) প্ৰাপ্ত 'তেজপুৰৰ লিচু' প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰি ডুবাইলৈ সফলভাৱে ৰপ্তানি হয়...
সম্পূৰ্ণৰূপে পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰক👇
https://aainajibonor.com/tezpur-litchi-enters-global-market/