News 30 AXOM

News 30 AXOM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News 30 AXOM, Broadcasting & media production company, GUWAHATI, Gauhati.

Big Statement By PM Narendra Modi on ISRAEL.
27/02/2026

Big Statement By PM Narendra Modi on ISRAEL.

27/02/2026

Delhi CM took action against
Discrimination on North East people in Delhi

23/02/2026



জুবিনক্ষেত্ৰত হাজাৰ বাৰ আহিম ।
জুবিন গাৰ্গে ন‍্যায় পাবৈ লাগিব ।

22/02/2026

📌মই ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছৰ পৰা ওলাই আহিছোঁ
📌ৰকিবুুুুুুুুুুুুুুুুুুল হুছেইনক তীব্ৰ কটাক্ষ আবু তাহেৰ বেপাৰীৰ

22/02/2026

👉 এফালে যোগদান আনফালে শেষকৃতৰে চিৰবিদায়
👉 ন - সপোন দেখা সমষ্টিত গৌৱেক ধ্বনি
👉 চিৰ বিদায় দিলে বিহপুৰীয়া ৰাইজে কমিছন বৰা গৌবেক ধ্বনিৰে...

22/02/2026

📌'৩২ বছৰ কাম কৰিছোঁ কংগ্ৰেছ দলত। তেজেৰে ৰাঙলী কৰা পোছাক আজি মই পৰিধান কৰি আহিছোঁ।"
📌"ৰাহুল গান্ধীৰ উপস্থিতিত মোৰ পোছাক ৰাঙলী হৈছিল।"
📌বিজেপিত যোগদানৰ পাছত এই মন্তব্য ভূপেন কুমাৰ বৰাৰ।

22/02/2026

📌‘ৰাজ্যসভাৰ দুজন প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈছে’
📌‘তৃতীয়জন প্ৰাৰ্থীৰ বাবে আলোচনা চলি আছে’
📌‘প্ৰথম দুজন প্ৰাৰ্থীৰ নাম দিল্লীলৈ প্ৰেৰণ কৰা হৈছে’
📌‘তৃতীয় প্ৰাৰ্থী হিচাপে এজন ভাল ব্যক্তিক দিয়া হ’ব’
📌ৰাজ্যসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ

22/02/2026

📌‘জুবিন গাৰ্গৰ গোচৰত কঠোৰ স্থিতি লৈছে ন্যায়ধীশে’
📌‘অভিযুক্তই জামিন আবেদন প্ৰত্যাহাৰ কৰিছে’
📌৩অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে ন্যায়ধীশজনে
📌বৰ্তমানৰ ন্যায়ধীশ গৰাকীৰ আঁতৰোৱাৰ ষড়যন্ত্ৰ চলিছে
📌‘এইকেইদিন ফাষ্টট্ৰেক আদালতক লৈও ৰাজনীতি চলি আছে’

22/02/2026

অৰ্ণমাই বৰা গোচৰৰ অভিযুক্তৰ শাস্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

22/02/2026

সেৱা লৈ বাজপেয়ী ভৱনত প্ৰৱেশ ভূপেন বৰাৰ

22/02/2026

▶️ভূপেন কুমাৰ বৰাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান...

22/02/2026

'এবাৰ কলো যেতিয়া কাৰোবাৰ পৰা শিলগুটি চুৰ কৰি আনিও ৰাস্তাটো বনাই দিম',
সমষ্টিবাসীক উদ্দেশ্যি এই মন্তব্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ...

Address

GUWAHATI
Gauhati
781001

Alerts

Be the first to know and let us send you an email when News 30 AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share