ASSAM TIMES 360

ASSAM TIMES 360 ৰাইজৰ কথাই, আমাৰ কথা

📌 গুৱাহাটী মহানগৰ বৰাগাওঁত আৰক্ষীৰ জালত দুটা ড্ৰাগছ সৰবৰাহকাৰী আটক । লগতে ৪৩ কোটি টকাৰ ড্ৰাগছ জব্দ।  # Assam Times360
12/08/2026

📌 গুৱাহাটী মহানগৰ বৰাগাওঁত আৰক্ষীৰ জালত দুটা ড্ৰাগছ সৰবৰাহকাৰী আটক । লগতে ৪৩ কোটি টকাৰ ড্ৰাগছ জব্দ।

# Assam Times360

📌📌 মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিটিচি চৰকাৰৰ পৰা ৫০ লাখ টকা প্ৰদান কৰে। # Assam Times360
12/08/2026

📌📌 মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিটিচি চৰকাৰৰ পৰা ৫০ লাখ টকা প্ৰদান কৰে।
# Assam Times360

📌 আজি দিছপুৰৰ জনতা ভৱনত  বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু  বিটিচি প্ৰধান  হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিটিচিৰ পৰা প্ৰত...
12/08/2026

📌 আজি দিছপুৰৰ জনতা ভৱনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিটিচিৰ পৰা প্ৰতিনিধিত্ব কৰা BJP দলৰ বিধায়ক, EM আৰু MCLA সকলোৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

# Assam Times360

# Hagrama Mohilary

# Jayanta Mallabaruah

12/08/2026

📌 উজনিৰ৫০০০ পৰিয়াললৈ বান সাহায্য অসম জাতীয় পৰিষদৰ।

📌গুৱাহাটীৰ পৰা তিনিখন ট্ৰাকত ৰাওনা খাদ্য সামগ্ৰী লৈ। আজমলৰ বিৰুদ্ধে সৰৱ হৈ উঠিল লুৰীণ জ্যোতি গগৈ।উজনিৰ বানাক্ৰান্তক ভৰি চুবলৈ বাধ্য কৰিছে আজমলে। দুখীয়া ৰাইজৰ দুৰ্যোগৰ সুযোগ লৈছে আজমলে ।

📌হোছেইন মনছুৰ দৰে ইছলাম ধৰ্মৰ অন্য ব্যক্তিও সহায় কৰিছে।তেওঁলোকেতো এনে কৰা নাই।এনে কাৰ্য্য কৰিবলৈ আজমলে কেনেকৈ সাহস পালে তাক লৈ প্ৰশ্ন ।

📌চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাক লৈ প্ৰতিক্ৰিয়া।


📌কংগ্ৰেছে AIUDF ৰ সমৰ্থন বিছৰাকলৈ লুৰীণ জ্যোতিৰ প্ৰতিক্ৰিয়া।

📌কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে নাই জাতীয় পৰিষদ ।এটা সাম্প্ৰদায়িক শক্তিৰ সহায় লৈ আনটো সাম্প্ৰদায়িক শক্তিৰ উৎখাত কৰা সম্ভব নহয়।

📌প্ৰয়োজনত অসম জাতীয় পৰিষদে লব নিজা সিদ্ধান্ত। এই বুলি মন্তব্য কৰে লুৰীণ জ্যোতিয়ে।

# Assam Times 360

12/08/2026

📌যোৰহাটৰ মালৌ আলিত সুৰা বিপণি খোলাক লৈ স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।

📌পৱিত্ৰ নামঘৰৰ কাষত সুৰা বিপণিৰ অনুজ্ঞাপত্ৰ দিয়া কাৰ্য্যক লৈ তীব্ৰ বিৰোধিতা।

📌 যোৰহাট জিলা প্ৰশাসন আৰু আৱকাৰী বিভাগ এতিয়াও নিমাত কিয়??

📌গোবিন্দ নগৰ নৱোদয় নামঘৰৰ মাত্ৰ ৫০ মিটাৰ দূৰত্বত সুৰা বিপণি খোলাৰ প্ৰস্তুতি।

📌ওচৰতে থকা বিদ্যালয়, পুথিভঁৰাল আৰু মন্দিৰৰ পৱিত্ৰতা নষ্ট হোৱাৰ আশংকা।

📌জিলা আয়ুক্ত আৰু আৱকাৰী বিভাগলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো লাভ কৰা নাই সঁহাৰি???

📌প্ৰশাসনৰ ৰহস্যজনক নীৰৱতাক লৈ ক্ষুব্ধ মনাইমাজি গাঁৱৰ ৰাইজ।

# Assam Times 360

📌বশিষ্ঠ আৰক্ষীৰ জালত পাঁচ জনীয়া চোৰৰ দল।📌গ্ৰেপ্তাৰ - মেঘালয় বৰ্ণিহাটৰ নাং ৰয় মাকদোহ ওৰফে সোণা, ৰোশন মমিন ওৰফে সোণ।📌ক্...
12/08/2026

📌বশিষ্ঠ আৰক্ষীৰ জালত পাঁচ জনীয়া চোৰৰ দল।

📌গ্ৰেপ্তাৰ - মেঘালয় বৰ্ণিহাটৰ নাং ৰয় মাকদোহ ওৰফে সোণা, ৰোশন মমিন ওৰফে সোণ।

📌ক্ষেত্ৰীৰ সুনীল বড়ো ওৰফে কিং কিৰিং, ওদালবাক্ৰাৰ নয়ন দাস ওৰফে জিণ্টু।

📌গ্ৰেপ্তাৰ কাহিলীপাৰাৰ কাছিম আলী।

📌জব্দ চাৰিটা চুৰি মোবাইল আৰু বহু সংখ্যক বৈদ্যুতিক তাঁৰ।

📌বহুদিন ধৰি মহানগৰীত চোৰৰ দলটোৱে চলাইছিল সন্ত্ৰাস।

Times 360

12/08/2026

📌ফটাশীল আমবাৰীত নিশা ৰহস্যজনক ভাৱে মৃ*তদেহ উদ্ধাৰ এজন যুৱকৰ।

📌ৰহস্যজনক ভাৱে মৃ*তদেহ উদ্ধাৰ নিতুল ডেকা নামৰ যুৱকজনৰ।

📌শৰীৰত আঘাতৰ চিন পোৱা গৈছে যুৱকজনৰ।
পৰিয়ালৰ লোকে সন্দেহ কৰিছে এইয়া হ*ত্যাকাণ্ড

📌এগৰাকী মহিলাৰ সৈতে সৰ্ম্পকও আছিল যুৱকজনৰ।

# Assam Times 360

📌বিশ্বনাথ জিলাৰ নৱ নিযুক্ত জেষ্ঠ্য আৰক্ষী অধীক্ষক আছিফ আহমেদে ।📌 আজি পূব শোণিতপুৰ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী চম্পক ডেকাৰ ...
12/08/2026

📌বিশ্বনাথ জিলাৰ নৱ নিযুক্ত জেষ্ঠ্য আৰক্ষী অধীক্ষক আছিফ আহমেদে ।
📌 আজি পূব শোণিতপুৰ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী চম্পক ডেকাৰ সৈতে অসম অৰুণাচল সীমান্তৱৰ্তী ৰাধাচুৰ পৰিদৰ্শন কৰি উক্ত অঞ্চলত নিয়োজিত আৰক্ষী আৰু বন বিভাগৰ জোৱান সকলৰ বিভিন্ন অসুবিধা তথা অভাৱ অভিযোগ সম্পৰ্কে বুজ লয় ।

# Assam Times 360

12/08/2026

📌 দক্ষিণগাঁৱৰ ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয় তথা বন বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

📌 ৰাজহ বিভাগৰ ভূমি জৰীপ কাম চলি আছে ।
বন বিভাগৰ নিজৰ নিজৰ বনাঞ্চল সমূহৰ প্ৰক্ৰিয়া চলাই থকা হৈছে বুলি তেওঁ কয়।

# Assam Times360

12/08/2026

শিৱসাগৰত বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়ালে জ্যোতিষী কিৰো য়ঙে। ৩ আগষ্টত সাহায্য সামগ্ৰীলৈ শিৱসাগৰলৈ ৰাওনা হৈছিল কিৰো য়ং। Trust Vedic Astro & Yoga Research Institute আৰু ৰত্ন কুৱেৰৰ উদ্যোগত সাহায্য। শিৱাসাগৰ আৰু চৰাইদেউৰ বান বিধ্বস্ত অঞ্চলত বিতৰণ সাহায্য সামগ্ৰী।

Address

Beltola
Gauhati
781028

Website

Alerts

Be the first to know and let us send you an email when ASSAM TIMES 360 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share