Pratham Khabar 24x7

Pratham Khabar 24x7 Pratham Khabar 24x7 is a satellite news channel in Assamese language from Assam
(5)

21/08/2025

21/08/2025

🟥পাকিস্তানে পাৰে,ভাৰতে নোৱাৰে কিয়?
🟥ভাৰত নে পাকিস্তান? দেশ প্ৰেমিক কোন!

21/08/2025

👉অসমীয়া খাদ্য, সংস্কৃতি দেখি অভিভূত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

21/08/2025

21/08/2025

👉প্ৰসংগ:GMCH ৰ নৱজাতকৰ মৃত্যুৰ ঘটনা
👉'৫নম্বৰ কোঠাত থাকি বেবিটো ৪ নং কোঠালৈ আহিল কেনেকৈ?'
👉'মই সকলো কথা মুখ্যমন্ত্ৰীক কৈছো'
👉তদন্ত কমিটি সন্দৰ্ভতো বহু কথা ক'লে দুৰ্ভগীয়া পিতৃয়ে...

21/08/2025

✍️মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হ/ত্যাকা/ৰী ৰিন্টু শৰ্মাক মৃ/ত্যুদ/ণ্ডৰ ঐতিহাসিক ৰায় ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ। মৃত্যুৰ ৪ বছৰ পিছত ন্যায় নন্দিতাৰ পৰিয়ালক।

21/08/2025

👉ভাৰতত আহি পাকিস্তানে খেলিব নোৱাৰিৱ এচিয়া কাপৰ মেচ
👉ভাৰতীয় দলো যাব নোৱাৰিব পাকিস্তানলৈ
👉ক্ৰীড়া মন্ত্ৰালয়ে জাৰি কৰিলে নিৰ্দেশনা

21/08/2025

✍️আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰম্ভ কৰা শুল্ক যুদ্ধক প্ৰত্যাহ্বান ভাৰতৰ। ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ ভাবুকি দিছিল আমেৰিকাই। ট্ৰাম্পক প্ৰত্যাহ্বান জনাই ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি বন্ধ নকৰে বুলি স্পষ্ট কৰিলে ভাৰতে।

21/08/2025

🟥অসম বীজ নিগম স্থাপনৰ ৬০ বছৰ পিছতো বীজ নিগমত নাই ছাৰ্ভিচ ৰুল। নিজ খুচি মতে পদোন্নতি লয় বীজ নিগমৰ বিষয়া-কৰ্মচাৰীয়ে। বীজ নিগমত নাই গভৰ্মেণ্ট নটিফাইড ছেংচন পোষ্ট। নিগমত দিয়া হয় অবৈধ নিযুক্তি।

21/08/2025

✍️GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ আজি ৪ দিন উকলিল। শোকাৱহ এই ঘটনাৰ বাবে অভিযোগৰ আঙুলি উঠা চিকিৎসক-কৰ্মী তদন্তৰ আওঁতালৈ নহাৰ গুৰুতৰ অভিযোগ। ঘটনাৰ দিনা দায়িত্বত থকা চিকিৎসকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ আহ্বান দুৰ্ভগীয়া পিতৃৰ।

21/08/2025

✍️এতিয়াও কাঁইটীয়া তাঁৰৰ বেৰাৰ কাম হোৱা নাই ভাৰত-বাংলাদেশ সীমান্তৰ ৪৫৬ কিঃমিঃ এলেকাত৷ ৰাজ্যসভাত এই তথ্য গৃহ ৰাজ্য মন্ত্ৰীৰ৷ অনুপ্ৰৱেশকাৰীয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তালৈ ভাবুকি অনা বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ এসপ্তাহ নৌহওঁতেই পোহৰলৈ এই চাঞ্চল্যকৰ তথ্য৷

21/08/2025

✍️গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু কপালত উঠা নিত্য-নতুন অকথ্য কাহিনী পোহৰলৈ। ১১জনকৈ ট্ৰলী পুলাৰক আটক কৰাৰ পিছতো সংঘটিত হৈছে অনুৰূপ ঘটনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পিছৰে পৰা নাচোৰবান্দা হৈ পৰিছে এইসকল কৰ্মচাৰী।

Address

3rd Floor, Exotica Arcade, ABC, G. S. Road
Gauhati
781005

Alerts

Be the first to know and let us send you an email when Pratham Khabar 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratham Khabar 24x7:

Share