ᎶᎪuᏒᎥᏢuᏒ

ᎶᎪuᏒᎥᏢuᏒ Our Town

27/10/2025

JUTICE 4 ZUBEEN👑
Song Created By- Saifur Rahman Ricky

ভাল লাগিলে শ্বেয়াৰ কৰিব।।

জনপ্ৰিয় কৌতুক অভিনেতা সতীশ শাহ আমাৰ মাজত আৰু নাই।RIP
25/10/2025

জনপ্ৰিয় কৌতুক অভিনেতা সতীশ শাহ আমাৰ মাজত আৰু নাই।
RIP

25/10/2025

আজি চুনাৰীত ব্ৰহ্মপুত্ৰ নদীত পৰি নিৰুদ্দেশ এগৰাকী ১০ বছৰীয়া কিশোৰী। উদ্ধাৰ অভিযান চলি আছে।

24/10/2025

গৌৰীপুৰ পাব্লিক লাইব্ৰেৰীত জুবিন দাৰ ছবি অংকন চলি আছে।

23/10/2025

মায়াবিনী। এটা খালি একটা গান না, এটা এক আবেগ।

গামোচাত 'মায়াবিনী ৰাতিৰ বুকুত'। শিৱসাগৰৰ শিপিনী বিউটি গগৈৰ হাতৰ পৰশত গামোচাত প্ৰাণ পালে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীত...
20/10/2025

গামোচাত 'মায়াবিনী ৰাতিৰ বুকুত'। শিৱসাগৰৰ শিপিনী বিউটি গগৈৰ হাতৰ পৰশত গামোচাত প্ৰাণ পালে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটি।

RIP. His famous dialogue  "Hum Angrezon K Zamane K Jailor Hai".
20/10/2025

RIP.
His famous dialogue "Hum Angrezon K Zamane K Jailor Hai".

14/10/2025

NEED ANOTHER 20K FOR 1 MILLIONS ..

LET'S WRITE AND BE A PART OF THE HISTORTY .

13/10/2025
আজি বিটিচি'ত শপতগ্ৰহন অনুষ্ঠান। BTC চীফ হিচাপে শপতগ্ৰহন কৰিব হাগ্ৰামা মহিলাৰীয়ে। শপত বাক্য পাঠ কৰাব ৰাজ্যৰ মুখ্য সচিব ৰব...
05/10/2025

আজি বিটিচি'ত শপতগ্ৰহন অনুষ্ঠান। BTC চীফ হিচাপে শপতগ্ৰহন কৰিব হাগ্ৰামা মহিলাৰীয়ে। শপত বাক্য পাঠ কৰাব ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই। শপতগ্ৰহনত উপস্থিত থাকিব ৰাজ্যপাল - মুখ্যমন্ত্ৰীয়ে।

Address

Gauripur
783331

Alerts

Be the first to know and let us send you an email when ᎶᎪuᏒᎥᏢuᏒ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share