FA News 24×7

FA News 24×7 Digital News Portal Channel.

26/08/2026

👉 গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ উচ্ছেদিত পাইকান সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে গোৱালপাৰা জিলা আয়ুক্ত আৰু ডিএফ অ' ৷ পৰিদৰ্শনৰ সময়ত প্ৰাকৃতিক গছ গছনিৰে ভৰপুৰ আৰু বনৰীয়া হাতীৰ বাবে বিভিন্ন ফল-মূলৰ গছ দেখি আনন্দত আত্মহাৰা হৈ পৰে জিলা আয়ুক্ত আৰু ডি অফ এ ৷

25/08/2026

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৰ্থিক সাহাৰ্য্যৰে আজি ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিত তিনিটা আচঁনিৰ কামৰ শুভাৰম্ভ কৰা হয় ৷ ৰাভা হাছং পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱন্টিত পুঁজিৰে ছোটমাটিয়াত স্পোৰ্ট অফিচ বিল্ডিং, নাকাটিপাৰাত সাংস্কৃতিক মঞ্চ আৰু হাতীমুৰাত উপ-স্বাস্থ্য কেন্দ্ৰৰ পকীবেৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভা ৷ আচঁনিৰ শুভাৰম্ভ অনুষ্ঠানত কেইবা গৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷

25/08/2026

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৰ্থিক সাহাৰ্য্যৰে আজি ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিত তিনিটা আচঁনিৰ কামৰ শুভাৰম্ভ কৰা হয় ৷ ৰাভা হাছং পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱন্টিত পুঁজিৰে ছোটমাটিয়াত স্পোৰ্ট অফিচ বিল্ডিং, নাকাটিপাৰাত সাংস্কৃতিক মঞ্চ আৰু হাতীমুৰাত উপ-স্বাস্থ্য কেন্দ্ৰৰ পকীবেৰ নিৰ্মাণৰ

24/08/2026

শিৰোনাম: প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত

প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ যুৱ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তীৰ। লবীকেন্দ্ৰিক ৰাজনীতি আৰু ৰাজতন্ত্ৰৰ দৰে দল পৰিচালনাৰ অভিযোগ তুলি দলত্যাগ কৰে চক্ৰৱৰ্তীয়ে। ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰদেশ সভাপতি গৌৰৱ গগৈসহ দলীয় নেতৃত্বলৈ

22/08/2026

ৰাজ্যত পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক।

যোগীঘোপাত নিশা দুধৰ্ষ ডকাইতক এনকাউণ্টাৰ ।

যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত ডকাইতক লক্ষ্যকৰি আৰক্ষীৰ এনকাউণ্টাৰ

21/08/2026

SLUG : DUDHNOI. বনৰীয়া হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যু __

গোৱালপাৰাৰ উপৰতোলাত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু । এটা অকলসৰীয়া হাতীৰ আক্ৰমণত শিঙিজানীৰ মন্টু নাথ নামৰ যুৱক গৰাকীৰ মৃত্যু হয় ।

20/08/2026

কৃষ্ণাইত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগৰ সজাগতা অভিযান।

গোৱালপাৰা জিলাৰ কৃষ্ণাই ৰেঞ্জৰ অন্তৰ্গত ২ নং কেতকীবাৰী আৰু গুৱাবাৰী, দহেলা অঞ্চলৰ গাঁওবাসীৰ মাজত টৰ্চ লাইট বিতৰণ কৰে কৃষ্ণাই ৰেঞ্জ অফিচাৰগৰাকীয়ে।

20/08/2026

কৃষ্ণাইত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগৰ সজাগতা অভিযান

20/08/2026

মেঘালয়ত একাংশ দুষ্কৃতিকাৰীয়ে অসমৰ বাহনৰ ওপৰত আক্ৰমণ কৰা ঘটনাক তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ।

18/08/2026

হাব্ৰাঘাট মহাবিদ্যালয়ৰ এন এছ এছৰ উদ্যোগত আৰু পি এইচ চি মৰনৈৰ সহযোগত হাব্ৰাঘাট মহাবিদ্যালয়ত তিনিদিনীয়া বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে সেই স্বাস্থ্য শিবিৰত ভাগ লৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰাই আছে।হাব্ৰাঘাট

Address

Krishnai
Goalpara
783126

Website

Alerts

Be the first to know and let us send you an email when FA News 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share