Times Goalpara

Times Goalpara Online News
Contact Now For Advertisement-8822886016( Only WhatsApp)

30/08/2026

মেঘালয়ৰ চংচাকত নিশা আৰক্ষীৰ এনকাউন্টাৰ, নিহত দুধনৈৰ গুলীচালনাৰ ‘চুপাৰি কিলাৰ’ আলাচন মাৰাক।
দুধনৈ সমজিল আৰক্ষী অধীক্ষকৰ সংবাদমেল ।

26/08/2026

Kinggate

26/08/2026

শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ !

26/08/2026

Goalpara dc

26/08/2026

এইবাৰ গছত উঠিল গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুং

26/08/2026

ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণ পোৱা নাই। এইয়া আমি কোৱা নাই, এইয়া ৰাইজে কৈছে।। এই ভাদ মাহৰ দুপৰীয়া কাম বন এৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কিয়??

25/08/2026

ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱিত সীমাৰ পৰা জনবসতিপূৰ্ণ অঞ্চল বাদ দিয়াৰ দাবীত জিলা আয়ুক্তক স্মাৰকপত্ৰ

25/08/2026

দুধনৈৰ দামৰা গুলীচালনা কাণ্ডৰ চাঞ্চল্যকৰ মোৰ: আৰক্ষীৰ জালত গুলীবিদ্ধ ব্যৱসায়ীৰ নিজ ভাতৃ আৰু কৰ্মচাৰী!

25/08/2026

গোৱালপাৰাৰ বলদমাৰী হাইস্কুলত শিক্ষকৰ ৰূপত জিলা আয়ুক্ত প্ৰদীপ টিমুং৷

24/08/2026

এনেই গ'ল চৰকাৰে খৰচ কৰা কৌটি কৌটি টকাৰ জল জীৱন মিছন।

গোৱালপাৰা জিলাৰ গোবিন্দ পুৰত জল জীৱন মিছন আঁচনি ফুটুকাৰ ফেনত পৰিণত।

নল আছে, ঘৰ আছে, কিন্তু নাই পানী এইয়াই হৈছে জল জীৱন মিছন আঁচনি।

Address

Goalpara

Alerts

Be the first to know and let us send you an email when Times Goalpara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Times Goalpara:

Shortcuts

Share