Abdur Razzaque

Abdur Razzaque Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abdur Razzaque, Digital creator, Goalpara.

18/07/2025

গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত পাইকানত আৰক্ষী আৰু উচ্ছেদি লোকৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ। উচ্ছেদিতই শিল, ইটাৰে আক্ৰমন কৰিলে আৰক্ষীক। পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষীয়ে গুলি চালনা কৰে ফলত থিতাতে নিহত হয় এজন আৰু আহত হয় দুজন। এই সংঘৰ্ষত বহু আৰক্ষীও আহত হৈছে বুলি জানিব পৰা গৈছে।

Address

Goalpara
783101

Website

Alerts

Be the first to know and let us send you an email when Abdur Razzaque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Abdur Razzaque:

Share