Voice24Assam

Voice24Assam A Media Broadcasting Page To Reflect And Raise The Voice of Common People.

⭕ বাঘমাৰা চৰ এম.ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সম্মানীয় ছাদেক আলী ছাৰৰ মৃত্যুত বাঘমাৰা চৰত শোঁকৰ ছা।
20/03/2025

⭕ বাঘমাৰা চৰ এম.ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সম্মানীয় ছাদেক আলী ছাৰৰ মৃত্যুত বাঘমাৰা চৰত শোঁকৰ ছা।

18/03/2025

⭕ ইউৰীয়া সাৰৰ কলা বেহাত হাউলীৰ মেহবুবৰ নাম সাঙুৰি পৰিবেশন কৰা বাতৰি ভিত্তিহীন বুলি অভিযোগ নসাৎ কৰে মেহবুবে।

15/03/2025

⭕ পুলিচৰ বন্দুক কাঢ়ি লোৱাসকলক নধৰে কিয়?
⭕ আৰক্ষীৰ ওপৰত আক্ৰমণ হ'লে মুখ্যমন্ত্ৰী নিমাতি কইনা হৈ থাকে
⭕ টুইটৰ বাবেই আমাৰ নেতা অধিবক্তা ৰিতম সিঙক গ্ৰেপ্তাৰ কৰিছে
✒️ সাংসদ গৌৰৱ গগৈ

⭕ ৰিতমক গ্ৰেপ্তাৰৰ পিছতেই গৌৰৱ গগৈৰ বিস্ফোৰণ।⭕ 'ভগৱানৰ বিৰুদ্ধে মাত মাতিলেই গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে'।
15/03/2025

⭕ ৰিতমক গ্ৰেপ্তাৰৰ পিছতেই গৌৰৱ গগৈৰ বিস্ফোৰণ।
⭕ 'ভগৱানৰ বিৰুদ্ধে মাত মাতিলেই গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে'।

⭕ মই অসমত আৰক্ষীৰ লাঠীৰ কোব খাইছো আৰু ৭ দিন জে'লৰ ৰুটী খাইছো⭕ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰি কেন্দ্ৰীয় ...
15/03/2025

⭕ মই অসমত আৰক্ষীৰ লাঠীৰ কোব খাইছো আৰু ৭ দিন জে'লৰ ৰুটী খাইছো

⭕ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য

⭕ দিল্লীত গোপনে কংগ্রেছ সাংসদক সাক্ষাৎ আজমল বাহিনীৰ' শীৰ্ষক খবৰকলৈ স্পষ্টীকৰণ বিধায়ক মজিবুৰ ৰহমানৰ⭕ দিল্লীত কংগ্ৰেছ সাংস...
14/03/2025

⭕ দিল্লীত গোপনে কংগ্রেছ সাংসদক সাক্ষাৎ আজমল বাহিনীৰ' শীৰ্ষক খবৰকলৈ স্পষ্টীকৰণ বিধায়ক মজিবুৰ ৰহমানৰ

⭕ দিল্লীত কংগ্ৰেছ সাংসদৰ লগত সাক্ষাৎ হোৱা নাই কোনো AIUDF বিধায়কৰ, '২৬ত অকলেই নির্বাচন খেলিব AIUDF য়ে: মজিবুৰ ৰহমান

📌 কিমান দিনলৈ কাৰাগাৰত বন্দী হৈ থাকিব লাগিব USTMৰ আচাৰ্য মহবুবুল হক📌 ১৮ মাৰ্চলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ মহবুবুল হকক📌 ১৮ ...
14/03/2025

📌 কিমান দিনলৈ কাৰাগাৰত বন্দী হৈ থাকিব লাগিব USTMৰ আচাৰ্য মহবুবুল হক
📌 ১৮ মাৰ্চলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ মহবুবুল হকক
📌 ১৮ মাৰ্চত হব মহবুবুল হকৰ পুনৰ শুনানি
📌মুকছেদ আলমৰ গোচৰ ভিত্তিত ঢেকিয়াজুলি আদালতত হাজিৰ কৰোৱা হৈছিল মহবুবুল হকক

14/03/2025

⭕ APWৰ অধ্যক্ষ অভিজিত শৰ্মাৰ প্ৰতিক্ৰিয়া

13/03/2025

⭕ সদনত হিন্দী কবিতা আবৃত্তি কৰিলে বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াই।
⭕ হিমন্ত চৰকাৰৰ উন্নয়ন নেদেখা

13/03/2025

⭕ খেতি কৰাক বাদ দি অসমৰ মানুহৰ উপাৰ্জনৰ পথ কি? বিজেপি চৰকাৰৰ দিনত নিবনুৱাৰ সংখ্যা ২৩ লাখৰ পৰা ৩৫ লাখলৈ বৃদ্ধি পালে। বাজেটত কি আছে অসমৰ নিবনুৱা সকলৰ বাবে?
বাজেট আলোচনা-৪

⭕ USTM ৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নতুন মো'ৰ⭕ ঢেকীয়াজুলি থানাত এজাহাৰ দাখিলৰ কথা অস্বীকাৰ মোকছেদ আলীয়ে...
12/03/2025

⭕ USTM ৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নতুন মো'ৰ

⭕ ঢেকীয়াজুলি থানাত এজাহাৰ দাখিলৰ কথা অস্বীকাৰ মোকছেদ আলীয়ে আৰক্ষী বিষয়াই ষড়যন্ত্রমুলক ভাবে চহী লৈছিল মোকছেদ আলীৰ

⭕ এই গুৰুতৰ অভিযোগ মোকছেদ আলীৰ

12/03/2025

⭕ হাজোৰ বৰ্ণিত চাঞ্চল্যকৰ ঘটনা
⭕ হ*ত্যা কৰি গাঁতত পুতি থ'লে যুৱকৰ মৃতদেহ
⭕ বিগত দহ দিনে নিৰুদ্দেশ হৈ আছিল নুৰজাফৰ আলী ওৰফে চিন্টু নামৰ যুৱকজন
⭕ নুৰজাফৰক অপহৰণ কৰি হ*ত্যা কৰাৰ অভিযোগ পৰিয়াল আৰু গাঁওবাসীৰ
⭕ সম্পৰ্কীয় খুড়াক ছাদ্দাম আলীৰ নেতৃত্বত সংঘটিত হৈছিল এই নৃশংস কাণ্ড
⭕ অভিযুক্ত ছাদ্দাম আলিৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মুকালমুৱাৰ চুঙৰবড়িত এটা খালত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো
⭕ অভিযুক্ত ছাদ্দাম আলিক আটক কৰি মুকালমুৱাত অভিযান চলাইছিল হাজো আৰক্ষীয়ে

Address

Goalpara
783130

Alerts

Be the first to know and let us send you an email when Voice24Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Voice24Assam:

Share