Bulbul khan

Bulbul khan নমস্কাৰ দেই ৰাইজ। সকলো ধৰণৰ
video উপভোগ কৰিব কাৰণে
page tu follow কৰি লওক। ধন্যবাদ জয় আই অসম🙏😚

Adv Imtiaz Hussain New President of AAMSU.আমছু'ৰ নৱনিযুক্ত সভাপতি ইমতিয়াজ হুছেইন।
02/01/2026

Adv Imtiaz Hussain New President of AAMSU.

আমছু'ৰ নৱনিযুক্ত সভাপতি ইমতিয়াজ হুছেইন।

02/01/2026

Abmsu zindabaad

01/01/2026

পশ্চিম গোৱালপাৰাৰ মাৰকুলাত নতুন বছৰ উপলক্ষে মাৰকুলা গ্ৰীণ গার্ডেন ক্লাৱৰ সৌজন্যত বিশাল সাংস্কৃতিক সন্ধিয়াৰ আয়োজন।

01/01/2026

পশ্চিম গোৱালপাৰাৰ মাৰকুলাত জনপ্রিয় কন্ঠশিল্পী জেলী কাই তামিম সংগীত অনুষ্ঠান।

Bulbul khan

31/12/2025

আমছু'ৰ বালাপাৰা (বঙাইগাঁও) সাধাৰণ সভালৈ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া প্ৰবেশ কৰা মুহূর্ত।

উত্তৰাখণ্ডত আমাৰ ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাক "Chinese" বুলি অপমান কৰি নৃশংসভাৱে হত্যা কৰা ঘটনা অতি বেদনাদায়ক আৰু লজ্জা...
30/12/2025

উত্তৰাখণ্ডত আমাৰ ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাক "Chinese" বুলি অপমান কৰি নৃশংসভাৱে হত্যা কৰা ঘটনা অতি বেদনাদায়ক আৰু লজ্জাজনক। এইটো কেৱল এজন যুৱকৰ হত্যাৰ ঘটনা নহয়, এইয়া আমাৰ নৰ্থইষ্টৰ মানুহৰ বিৰুদ্ধে চলি থকা গভীৰ বর্ণবাদী মানসিকতাৰ ভয়ংকৰ প্ৰতিফলন।

এতিয়া কথা হ'ল যে- উত্তৰ ভাৰত তথা তথাকথিত মূল ভাৰতীয় সমাজে নর্থইষ্টক এতিয়াও সম্পূৰ্ণভাৱে ভাৰতৰ অংশ বুলি মানি ল'বলৈ অনিচ্ছুক নেকি? কিয় নৰ্থইষ্টৰ ছাত্ৰ-ছাত্ৰীসকলে দেশৰ ভিতৰতে আজিওঁ নিজৰ ভাৰতীয়ত্ব প্ৰমাণ কৰি ফুৰিব লাগে?

এইখন দেশ এক, সংবিধান এক, অধিকাৰ এক হ'লে কিয় আমাৰ ওপৰত বাৰে বাৰে অপমান, বৈষম্য আৰু অত্যাচাৰ নামি আহে? কিমান দিনলৈ নৰ্থইষ্টৰ যুৱ প্ৰজন্মই এনে অমানৱীয় আচৰণ সহিব লাগিব?

আমি স্পষ্টকৈ দাবী কৰিছোঁ এঞ্জেল চাকমাৰ হত্যাকাণ্ডৰ লগত জড়িত সকলো অপৰাধীক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিবই লাগিব।

কোনো পৃথক সত্য নহয়। এটিই - নৰ্থইষ্ট ভাৰতেই। আমি বিদেশী নর্থইষ্ট নহয়।

এই অপমান আৰু হত্যা কেৱল এজন ছাত্ৰৰ বাবে নহয়, এয়া সমগ্র নর্থইষ্টৰ আত্মসন্মান আৰু আত্মাক হত্যা কৰিছে নিজকে মূলসুঁতিৰ ভাৰতীয় বুলি দাবী কৰা সকলে।

এনে অন্যায় মানি ল'ব নোৱাৰি,

আমাক ন্যায় লাগিব।



খবরে জানা যাচ্ছে—শাহরুখ খান ও সালমান খান বা*ব*রি মসজিদ নির্মাণে এগিয়ে এলেন!⭐ শাহরুখ খান প্রতিশ্রুতি দিয়েছেন ২৫ কো*টি ট...
09/12/2025

খবরে জানা যাচ্ছে—শাহরুখ খান ও সালমান খান বা*ব*রি মসজিদ নির্মাণে এগিয়ে এলেন!
⭐ শাহরুখ খান প্রতিশ্রুতি দিয়েছেন ২৫ কো*টি টা*কা
⭐ সালমান খান প্রতিশ্রুতি দিয়েছেন ১০ কো*টি টা*কা
এই মহৎ উদ্যোগ গোটা দেশজুড়ে আলোড়ন ফেলেছে! ❤️🕌😱❤️✅
একতা • মানবতা • ভালোবাসা

11/11/2025

Our village #উচছেদ Bulbul khan

09/11/2025

Revenue village ত উচ্ছেদৰ বাধা প্ৰদান কৰিবলৈ গৈ আটক হ'ল
AIUDF দলৰ নেতা আব্দুল হাই।

08/11/2025

আজি মুছলিম হোৱাৰ কাৰণে চৰকাৰে আমাক উচ্ছেদ কৰি আছে।
গোৱালপাৰা দহিকটা সংৰক্ষিত বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান।

Address

Goalpara

Website

https://www.youtube.com/@Nurofficialmusic786

Alerts

Be the first to know and let us send you an email when Bulbul khan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share