Tamim Ahmed

Tamim Ahmed Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tamim Ahmed, Digital creator, Goalpara.

01/08/2026

17/07/2026

16/07/2026

▶️ মাজুলীত ভয়াৱহ বান পৰিস্থিতি। নিশাৰ ভিতৰতে বুৰিল প্ৰায় ২০খনকৈ গাঁও। বাঢ়নী পানীত উটি গ'ল পশুধন। কৃষকৰ মাজত লাগিছে হাহাকাৰ।

14/07/2026

♦️সুখৰ নহ’ল প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণ, “মোদী গ’ হোম” ধ্বনিৰে অষ্ট্ৰেলিয়াত প্ৰতিবাদ

13/07/2026

মুখ্যমন্ত্ৰীয়ে কৈছে যে “যদি বিপ্লৱী নামত ছবি আকিব মন আছে তেতিয়াহ’লে পৰেশ বৰুৱাৰ ছবি আঁকক" ৷৷
এতিয়া মুখ্যমন্ত্ৰীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দি মোৰ ক’বলগীয়া কথাকেইটা আপোনালোঁকলৈ বুলি আগবঢ়ালোঁ ৷
যিজন মানুহৰ ছবি আঁকিব কৈছে মুখ্যমন্ত্ৰয়ে সেইজন সেনাধক্ষৰ বাহিনী (আ:স্ব:) ৰ বিষয়ে কবিতা লিখোতে আমাৰ অসমীয়া এগৰাকী জীয়ৰীক কাৰাবাস খতুৱাইছিল আপোনালোঁকক মনত পেলাই দিছোঁ লগতে মুখ্যমন্ত্ৰী আপোনাকোঁ মনত পেলাই দিছোঁ ৷ লগতে যিখন চৰকাৰে গুৱাহাটীৰ লগতে অন্য চহৰৰ বা ঠাইৰ বানপানী প্ৰতিৰোধ কৰিব নোৱাৰে, বানপানীমুক্ত কৰিবলৈ টকা নাই, ব্যৱস্থা নাই ! আপোনালোঁকে চাওঁক সেইখন চৰকাৰে চহৰৰ মাজমজিয়াত থকা অভাৰব্ৰিজৰ খুটাত লোহাৰৰ গ্ৰীল মাৰিবলৈ টকা ওলাল,ব্যৱস্থা ওলাল ? তাৰ উদ্দেশ্য এটাই যে এতিয়াৰ পৰা আৰু কোনেও জুবিন গাৰ্গৰ ছবি আঁকিব নোৱাৰিব ৷
মুখ্যমন্ত্ৰীলৈ মোৰ আৰু এটা প্ৰশ্ন - মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও আপোনাৰ সেই স্বৰ্গত থকা মৰা মানুহজনলৈ কিয় ভয় ?
এই চৰকাৰখনৰ জুবিন গাৰ্গ কিয় ইমান শত্ৰু ?
ধিক্কাৰ দিছোঁ এইজন অসমৰ মুখ্যমন্ত্ৰীক ৷ জয় জুবিন দা ৷ জয় আই অসম ✊✊



11/09/2025

Address

Goalpara

Alerts

Be the first to know and let us send you an email when Tamim Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share