22/06/2025
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক বৰপাহাৰত ৰাইজৰ পহুখেদা। গোৱালপাৰাৰ হাছিলাবিলৰ উচ্ছেদিত পৰিয়ালবোৰৰ খবৰ লব যাওঁতে ৰাইজৰ ৰোষত পৰে সাংসদ গৰাকী। জানিব পৰা মতে তেওঁৰ লগত উপস্থিত আছিল বিধায়ক এ কে ৰশিদ আলম, ৱাজেদ আলী চৌধুৰী, আফতাবউদ্দিন মোল্লা, যাধৱ স্বৰ্গীয়াৰী।