Axom 24 Northeast

Axom 24 Northeast Axom 24 Northeast... this is a Portal news channel operating by page

13/12/2025

=> মিঞা অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে :
=> তেওঁলোকে অসমীয়া জাতিক ৰক্ষাহে কৰিছে :
=> কা'ৰ জৰিয়তে হিন্দু বাংলাদেশীক আনি অসমীয়াৰ মুৰত জাপি দিছে :

13/12/2025

"বিশ্ব পৰিৱৰ্তন মঞ্চৰ" হৈ জামিল হুছেইন ।
প্ৰত্যেক ভোটাৰে মাহিলী ১১,৯০০ টকা পাবলগীয়া অধিকাৰ : বিশ্ব পৰিৱৰ্তন মঞ্চ

12/12/2025

গোৱালপাৰা চহৰৰ ট্ৰান্সপোৰ্টত ৫ কি:গ্ৰা: গাঞ্জাসহ এজন সৰবৰাহকাৰী আটক :

12/12/2025


12/12/2025

.

গোৱালপাৰা চহৰৰ নয়াপাৰাত বিধায়ক এ কে ৰশ্বিদ আলমৰ তত্বাৱধানত মেডিকেল আৰু অভিযন্তাৰ প্ৰৱেশ পৰীক্ষাৰ উন্নত মানদণ্ডৰ কোচিং ব্যৱস্থা উপলব্ধ :

11/12/2025
=> গোৱালপাৰা চহৰৰ কীড বেদা স্কুলৰ অধ্যক্ষৰ হেৰুৱা মানী বেগ্‌সহ গ্ৰেপ্তাৰ এক চোৰ। => আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গভাইত চোৰটো ...
10/12/2025

=> গোৱালপাৰা চহৰৰ কীড বেদা স্কুলৰ অধ্যক্ষৰ হেৰুৱা মানী বেগ্‌সহ গ্ৰেপ্তাৰ এক চোৰ।
=> আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গভাইত চোৰটো শাস্ত্ৰী নগৰৰ বিশাল বাছফৰ।

09/12/2025

=> গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি গড়াখহনীয়া প্ৰতিৰোধ আচনিৰ আধাৰশিলা স্থাপন কৰে এ পি ডি চি এল'ৰ সঞ্চালক প্ৰধান ড° কাশ্যপ প্ৰকাশে :
=> গোৱালপাৰা জলসম্পদ সংমণ্ডলৰ অধীনত নাবাৰ্ড পূজিৰ শিতানত ১৬৭.০৭ লাখ টকা ব্যয় সাপেক্ষে লক্ষীপুৰ নগৰত ২০২৪-২৫ বৰ্ষৰ শ্মশান ঘাটৰ বিপৰীতে জিঞ্জিৰাম নদীৰ বাওকাষৰ গড়াখহনীয়া প্ৰতিৰোধ আচনিৰ আধাৰশিলা স্থাপন কৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সঞ্চালক ড° কাশ্যপ প্ৰকাশে।

গোৱালপাৰা জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি আবু বক্কৰ ছিদ্দিকক ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সদস্য নিযুক্তি :
09/12/2025

গোৱালপাৰা জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি আবু বক্কৰ ছিদ্দিকক ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সদস্য নিযুক্তি :

08/12/2025

গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰামৰ প্ৰতিক্ৰিয়া বিধায়ক এ কে ৰশ্বিদ আলমৰ হোটেল চবিতনত হোৱা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে :

08/12/2025

আগিয়া শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত দুখন গ্ৰন্থ উন্মোচন।

Address

Goalpara
783101

Telephone

+918723005098

Website

Alerts

Be the first to know and let us send you an email when Axom 24 Northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom 24 Northeast:

Share