NE Khabar

NE Khabar Welcome to NE Khabar Web News Portal
সত্য আৰু শুদ্ধ ৰূপত Only NE Khabar
(2)

16/10/2025

■ হাজোৰ গাওঁবুঢ়াপাম উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মিত গৃহ ভুতবাংলাত পৰিণত-

■ চৰকাৰী ধনৰ অপচয় : আজিও ৰাইজৰ সেৱাৰ বাবে মুকলি নহল

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট

16/10/2025

■ হাজোৰ হীৰাপাৰাত মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ততা মৃৎ শিল্পীৰ

পোহৰৰ উৎসৱ দিপৱলী সমাগত। মাজতে মাথোঁন কেইদিনমান বাকী

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট

15/10/2025

জুবিনৰ মৃত্যুক লৈ কি জনালে SITয়ে ? SITৰ বৈঠকৰ পৰা ওলাই আহি সংবাদ মাধ্যমক কি জনালে অতনু ভূঞাই ?

13/10/2025

আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ গোৱালপাৰা জিলা সমিতিৰ দ্বাদশ বাৰ্ষিক সন্মিলনত খন অনুষ্ঠিত হয় ।

সন্মিলনত ৬৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন

13/10/2025

■ ১৯ সংখ্যক চক্ৰশিলা হৰিমন্দিৰ আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰস্তূতি

ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ চৌদিশে চলিছে ব্যাপক প্ৰস্তূতি ।

13/10/2025

■ হাজোৰ ৰামদিয়াত ৭-এ চাইদ ফুটবল প্ৰতিযোগিতাৰ সামৰণি--

■মেলেকিপাৰা এফ চি চুড়ান্ত বিজয়ী খিতাপ অৰ্জন--

13/10/2025

শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰে মায়াবিনী গীতেৰে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

13/10/2025

বৰপেটাৰ বৰ আগদিয়াত পাঠ অৱৰোধ

বৰপেটাৰ বৰ আগদিয়াত সংঘটিত হৈছে ভয়ংকৰ দূৰ্নীতি।

চৰকাৰী ঘৰৰ জিয় ট্ৰেকৰ নামৰ ধন সংগ্ৰহৰ অভিযোগ ৰাইজৰ।

13/10/2025

ৰহা পূব সৰাগাঁওত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন,নাহৰ পুলি ৰোপন, ৫৩গছি বন্তি প্ৰজ্বলন।

13/10/2025

■ বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰশংসনীয় প্ৰদক্ষেপ

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট

11/10/2025

■ হাজোত প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,জননেতা তৰুণ গগৈৰ জন্ম বাৰ্ষিকী পালন আৰু ফলমূল বিতৰণ-

11/10/2025

মঙলদৈত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী

দৰং জিলা কংগ্ৰেছৰ উদ্যোগত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে মঙলদৈ গান্ধী ময়দানত এক অনুস্থানৰ আয়োজন কৰে ।

Address

Goalpara

Alerts

Be the first to know and let us send you an email when NE Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Khabar:

Share