News portal

News portal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News portal, Media/News Company, Goalpara Town, Goalpara.

News portal is an online news hub where users can access a wide range of news content on different topics such as politics, business, sports, and entertainment etc. .

এইজনী মহিলা যোৱা কিছু দিনৰ পৰা নিৰুদ্দেশ হৈ আছে, মানসিক বিকাৰগ্ৰস্ত । গাঁও বহতি কালাইচৰ। যদি কোনো ব্যক্তিয়ে উক্ত মহিলাজন...
24/04/2026

এইজনী মহিলা যোৱা কিছু দিনৰ পৰা নিৰুদ্দেশ হৈ আছে, মানসিক বিকাৰগ্ৰস্ত । গাঁও বহতি কালাইচৰ। যদি কোনো ব্যক্তিয়ে উক্ত মহিলাজনীক দেখা পায় তলত দিয়া নম্বৰত যোগাযোগ কৰিব।

9954587225,8099040597

21/04/2026

তিনি সু-শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গোৱালপাৰাত 'এম্বিশন একাডেমী'ৰ আনুষ্ঠানিক দ্বাৰ মুকলি।

যোগাযোগ :-7002281306/7086363165/6901540192

08/04/2026

পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নতুন বিস্ফোৰণ পৱন খেড়াৰ। এইবাৰ বাংলাদেশ আৰু ইংলেণ্ডৰ সৈতে সম্পৰ্ক থকাৰ দাবী।

07/04/2026

গোৱালপাৰা পূৱ সমষ্টিত উৎসৱ মূখৰ পৰিবেশ AGP দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানৰ হৈ নিৰ্বাচনী প্ৰচাৰ।
নৃত্য,গীতেৰে অভূত পূৰ্ব সহাৰি ৰাইজৰ ,সমষ্টিত পৰিবৰ্তন লাগে I

07/04/2026

নিৰ্দলীয় প্ৰাৰ্থী আবুল কালাম হুছেইনৰ বাহগৃহৰ পৰা সংবাদ মেল সম্বোধন কৰে l আজিয়েই নিৰ্বাচন প্ৰচাৰৰ অন্তিম দিন l

06/04/2026

মুখ্যমন্ত্ৰী য়ে বিজেপি নেতা ক ধমক দিয়াৰ সন্দৰ্ভত তীক্ষ্ণ মন্তব্য আগবঢ়াই কয় যে — ভুৱা বাতৰিয়ে কোনোপধ্যেই উচ্ছেদ অভিযান বন্ধ কৰিব নোৱাৰে। চৰকাৰ নিজৰ সিদ্ধান্তত অটল আছে আৰু আইন অনুসৰি ব্যৱস্থা অব্যাহত থাকিব।

06/04/2026

বিধায়ক এ কে ৰছিদ আলমৰ ঘৰৰ সন্মুখত এ কে ৰছিদ আলম মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিলে ৰাইজে।

কাশ্যপ প্ৰকাশৰ শেহতীয়া সাম্প্ৰদায়িক বক্তব্যত মূখ্যমন্ত্ৰীৰ ধমক।একেদৰে গোৱালপাৰাৰ ৰাক্ষসিনীত প্ৰকাশ কাশ্যপ সন্দৰ্ভত সোধ...
06/04/2026

কাশ্যপ প্ৰকাশৰ শেহতীয়া সাম্প্ৰদায়িক বক্তব্যত মূখ্যমন্ত্ৰীৰ ধমক।একেদৰে গোৱালপাৰাৰ ৰাক্ষসিনীত প্ৰকাশ কাশ্যপ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে বিশেষ ব্যক্তিক গুৰুত্ব দিব নালাগে।

Action Mood Chief Minister
05/04/2026

Action Mood Chief Minister

05/04/2026

👉বাংলাদেশী মিয়াক অসমৰ পৰা খেদিবলৈ অসমত নাই পৰ্যাপ্ত পৰিমাণৰ ৰেলৰ ব্যৱস্থা।ৰেলৰ ব্যৱস্থা হলেই বাংলাদেশী মিয়াক বাংলাদেশলৈ প্ৰেৰণ কৰা হব।

👉যোৱা পাঁচ বছৰত মিয়াৰ ৰাজনৈতিক ভাৱে মেৰুদণ্ড ভাঙি দিলোঁ, এইবাৰ চৰকাৰ আহিলে মিয়াৰ ঠেং ভাঙি দিম।

👉বিজেপি চৰকাৰ আহিলে ২ লাখ নিবনুৱা চাকৰি দিয়াৰ লগতে যুৱক-যুৱতীক স্বাৱলম্বী কৰাত ২ লাখকৈ টকা এককালীন দিয়া হব।

👉 ৯০ শতাংশ মিয়া ভোটাৰ থকা সমষ্টিতো বিজেপিক নালাগে মিয়াৰ ভোট।

👉 পুনৰ বিজেপি চৰকাৰ আহিলে গোৱালপাৰাত বিশেষ ভাৱে মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ আৰু বিশ্ববিদ্যালয় স্থাপন কৰা হব।

👉 পুনৰ বিজেপি চৰকাৰ আহিলে লাভ জেহাদৰ ওপৰত কঠোৰ আইন অনা হব।

05/04/2026

গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।পশ্চিম গোৱালপাৰা সমষ্টিৰ মালাধৰাত বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

Address

Goalpara Town
Goalpara
783101

Website

Alerts

Be the first to know and let us send you an email when News portal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share