ANK ASSAM

ANK ASSAM আমি নিৰপেক্ষ নহয়.সদায় আর্তজনৰ পক্ষ্যত।
সত্যৰ অন্মেষণত.........ANK Assam আমার ফেসবুকের বন্ধুরা আপনারা আমার পেজটা লাইক শেয়ার কমেন্ট সব করবেন বলে আশা করি।।

02/12/2022

বিজেপি চৰকাৰে ক্ষমতাৰ অন্যায় মূৰে-ভূৰে অসমৰ ৰাইজক দি দ্বৰে চিন্তিত কৰি আছে। ইয়াৰ প্রতি উত্তৰ এদিন অসমৰ জনতাই দিব পাৰে।অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা।

02/12/2022

🅰️জলেশ্বৰ সমষ্টি সামাজিক মাধ্যম আই টি বিভাগৰ অধ্যক্ষ আতিকুৰ ৰহমান আৰু জলেশ্বৰ সমষ্টি সেৱা দল ইউং বিগ্ৰেডৰ সভাপতি ছাব্বিৰ খান জলেশ্বৰ মহাবিদ্যালয় তপোবন তপোবনৰ প্ৰাক্তন সাধাৰণ সম্পাদক জয়দুল ইছলামৰ উপস্থিতিত ওমৰাহ হজ্ব কৰিবলৈ নিয়ত কৰা জামাদাৰহাট ব্লক কংগ্রেছ কমিটিৰ সভাপতি আমিৰ আলি খান চাহাব আৰু তেওঁৰ একমাত্ৰ সুযোগ্য সন্তান মিজানুৰ ৰহমান চাহাবৰ বাস ভৱনত উপস্থিত হৈ বিদায়ী সম্বৰ্ধনা জনায় আৰু দুৱা আশীৰ্বাদ লওঁ।

30/11/2022

বোকাঘাটত ভাৰত জোড়ো পদযাত্রাৰ সংবাদমেল।অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা।

29/11/2022

ধুবুৰীৰ মদাতি VCDC-ৰ Chairman আৰু অভিনয় কৰা Super Star শুকুৰ আলীক গ্রেপ্তাৰ কৰাৰ ভাইৰাই ভিডিও।

28/11/2022

চামুগুৰী সমষ্টিত অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ভাৰত জোড়ো পদযাত্রাৰ কার্যসূচীৰ সভা অনুষ্ঠান।

27/11/2022

দেশ স্বাধীনতা সংগ্রামৰ সময়ত সুভাষ চন্দ্র বসুয়ে কৈছিল যে আপুনি আমাক দেশ দিয়ক ম‌ই আপোনাক স্বাধীনতা দিম।অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা।

26/11/2022

প্রধান মন্ত্রী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্রী ডঃ হিমান্ত বিশ্ব শর্মাক লৈ,সমালোচনা সাংসদ গৌৰৱ গগৈৰ।

26/11/2022

🅰️দেশী জনগোষ্ঠীৰ গোৱালপৰীয়া লোকগীত।

26/11/2022

🅰️নির্বাচনৰ সময়ত BJP-য়ে কৈছিল যে দুখীয়া পৰিয়ালক বিৎদ্যুতৰ বিল ৫০ Unite লৈ free দিয়া হব।অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা।

25/11/2022

🅰️বিজেপি চৰকাৰ খনৰ বৰবৰীয়া সকলে বহুত বস্তু উৎথাপন কৰিছিলে।এতিয়া লাহে-লাহে বেলুনৰ দ্বৰে মিলিন হব ধৰিছে।অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা।

25/11/2022

🅰️বিজেপি চৰকাৰ অহাৰ পিছত মূল্য বৃদ্ধিৰ সমস্যা থাকি গল,ধনী মানুহে ধনী হৈ গল,দুখীয়া মানুহে দুখীয়া হৈ থাকিল,ধিং সমষ্টিত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ যূৱ নেতা গৌৰৱ গগৈৰ বিশাল জনসভা।

24/11/2022

নৰেন্দ্ৰ মোদী যেতিয়াৰ পৰা ভাৰতবর্ষৰ প্রধান মন্ত্ৰী হৈছে৷যেতিয়াৰ পৰা ভাৰত বর্ষৰ সাশন ভাৰ বিজেপিৰ হাতলৈ গৈছে।বিধায়ক জাকিৰ হুছেইন শিকদাৰ।

Address

Goalpara
MEDIANEWSCHANNEL

Website

Alerts

Be the first to know and let us send you an email when ANK ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share