Axom News Live

Axom News Live সত্য আৰু নিৰপেক্ষ বাতৰিৰ বাবে আমাৰ Page Follow কৰক।
যিকোনো বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক। 6002037628

https://www.youtube.com/

22/10/2025

#​অৰুণোদয় আঁচনিত ব্যাপক দু*ৰ্নী*তি*ৰ অ*ভি*যো*গ, আমগুৰিত ক্ষুব্ধ মহিলাৰ প্ৰতিবাদ!
নামতিদল গাঁও পঞ্চায়তত হিতাধিকাৰীৰ ধন কৰ্তন, আঁচনিত নাম অন্তৰ্ভুক্ত কৰিবলৈ ধন বিচৰাৰ অভিযোগ।

20/10/2025

#নৱগঠিত চেঙা সমষ্টিৰ ধৰ্মপুৰত #গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে প্ৰ*তি*বা*দ।

17/10/2025

#বৰপেটাত জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ ন্যায়ৰ দাবীত কৃষক মুক্তি, ছাত্ৰ মুক্তি 2 ঘন্টীয়া অৱস্থাত ধৰ্মঘট।

17/10/2025

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবীত কৃষক মুক্তি, ছাত্ৰ মুক্তি 2 ঘন্টীয়া অৱস্থাত ধৰ্মঘট।

12/10/2025

#পুনৰ যৌতুকৰ বাবে পত্নীক হ*ত্যা কৰিলে নিজ স্বামী মনোৱাৰ হুছাইন।
এইবাৰ ঘটনাৰ স্থান আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত কদম তলা চৰত।
প্ৰথমত মা*ৰ*পি*ট তাৰ পিছত পেট্ৰল ডালি অগ্নি সংযোগ কৰি নৃশংস হত্যা কা*ণ্ড সংঘটিত কৰিলে এইগৰাকী লম্পট স্বামী মনোৱাৰ হুছাইনে।

26/09/2025
26/09/2025

পুৰনা ধৰ্মপুৰ ভাতনা পাইতি গাওঁ পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলাৰ।

26/09/2025

বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক আব্দুল বাতেন আহমেদ।

Address

Dalgoma, Matia
Goalpara
783125

Website

Alerts

Be the first to know and let us send you an email when Axom News Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share