Afrin Vlogs

Afrin Vlogs Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Afrin Vlogs, Video Creator, Gournagar, Goalpara.

02/07/2024

কি এক মৰ্মান্তিক ঘটনা চাওঁক চোন। কি আছে এই জীৱন। বৰ দূখ লাগিল। কাৰো জীৱনত এনে ঘটনা নঘটক । সাহস নহ'লে নাচাব 😭😭😭

28/06/2024

Lakhipur to kholishavita road on Gournagar bajar, এই ৰাস্তা টো প্ৰায় এক মাহ অতিক্ৰম কৰিলে বেয়া হোৱা ,, দূৰ্ভাগ্যজনক কথা আজিলৈকে আমাৰ স্থানীয় বিধায়ক তথা চৰকাৰী পক্ষৰ পৰা এটা মানুহ আহি এবাৰ খবৰ লবলৈ সময় নহল ,যোৱা কালি টমটোম বাগৰি পৰি এজনী কলেজীয়া ছাত্ৰীৰ হাত ভৰি ভাঙি গৈছে লগতে এই ৰাস্তা বিকল হোৱাৰ ফলত আমাৰ এই বৃহৎ অঞ্চলৰ মানুহৰ বহুত কষ্টৰ সন্মুখীন হব লগা হৈছিল,, এতিয়া কথা হ'ল সাধাৰণ ৰাইজে আৰু কিমান দিনলৈ কষ্ট ভোগ কৰিব লাগিব, বিশেষ কৈ আমাৰ স্থানীয় বিধায়কক অনুৰোধ জনালোঁ কমছে কম আপুনি অতি সোনকালে এই ৰাস্তাৰ কিবা এটা ব্যৱস্থা কৰক||

পষ্টটো শেয়াৰ কৰিবলৈ নাপাহৰিব,
# Aftab Uddin Mollah # Assam govt

22/04/2024

কামৰূপৰ গৰৈমাৰীৰ এফ এ আহমেদ কলেজত উত্তপ্ত পৰিস্থিতি৷অধ্যাপক-ছাত্ৰীৰ অবৈধ সম্পৰ্কৰ ভিডিঅ'
সামাজিক মাধ্যমত ভাইৰেল হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ ভিডিও সংগ্ৰহ ফেচবুক//

19/04/2024

ধাৰাষাৰ বৰষুণত ডুব যোৱা ডুবাই চহৰত বৰষুণ , শিলাবৃষ্টিৰ লগতে মাছ আহি দোকানত সোমাইছে।।

14/04/2024

ভয়ংকৰ দূৰ্ঘটনা||

09/04/2024

শ্ৰী কামাল,, অৱশেষত মহিলা মানুহৰ ধুলাই খালে।। ধন্যবাদ মহিলা কেইজনিক।।

04/04/2024

ভয়ংকৰ ট্ৰেক্টৰ দূৰ্ঘটনা,, ঘটনা টো কৰ জানিব পৰা নাই, কিন্তু ট্ৰেক্টৰ চালকক এটাই অনুৰোধ, ইমান ৰিংকচ লৈ নচলাব,, কাৰণ তুমি চালক হে জীৱন গলে তোমাৰ যাব মালিকৰ নাযায়।

ভিডিও সংগ্ৰহ ফেচবুক।।

31/03/2024

বকোত হৈ যোৱা শিলাবৃষ্টিত বহুতৰে ঘৰৰ টিন পাত ফুটা হৈছে।

31/03/2024

এনেধৰণৰ হেলমেট সকলোৰে দৰকাৰ||

Address

Gournagar
Goalpara
783132

Website

Alerts

Be the first to know and let us send you an email when Afrin Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category