GLP Khabor

GLP Khabor Digital News portal GLP Khabor
Contact 6000053105

24/09/2026

অৰুণোদয় হিতাধিকাৰীলৈ দূৰ্গা পূজাৰ অফাৰ, ১,২৫০ৰ ঠাইত পাব ১,৫০০ টকা এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কংগ্ৰেছ কৰি লাভ নাই, কংগ্ৰেছে আৰু ৩০বছৰলৈ অসমত চৰকাৰ গঠন কৰিব নোৱাৰে এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ
24/09/2026

কংগ্ৰেছ কৰি লাভ নাই, কংগ্ৰেছে আৰু ৩০বছৰলৈ অসমত চৰকাৰ গঠন কৰিব নোৱাৰে এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

24/09/2026

গোৱালপাৰাৰ কৃষ্ণাইত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ ৰাজহুৱা জীৱনৰ ২৫ বছৰীয়া সেৱা, সমৰ্পণ আৰু সুশাসনৰ যাত্ৰাক লৈ এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷

গুৱাহাটীৰ গড়চুকৰ পৰা নিৰুদ্দেশ হয় এজন লোক।নিৰুদ্দেশ হোৱা লোক জন হ'ল গোৱালপাৰাৰ বাশবাৰীৰ পাখৰিটাৰীৰ গাওঁৰ নৰুল ইছলামৰ প...
24/09/2026

গুৱাহাটীৰ গড়চুকৰ পৰা নিৰুদ্দেশ হয় এজন লোক।
নিৰুদ্দেশ হোৱা লোক জন হ'ল গোৱালপাৰাৰ বাশবাৰীৰ পাখৰিটাৰীৰ গাওঁৰ নৰুল ইছলামৰ পুত্ৰ ৰছিদুল ইছলাম।

24/09/2026

গোৱালপাৰা জিলাৰ ধূপধৰাৰ বাখ্ৰাখুটীত চাঞ্চল্য।
জনবীৰ ৰাভা নামৰ লোকজনৰ বাসগৃহৰ চৌহদত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ।

অবৈধ চুলাই মদৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষীৰ অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৫২০ লিটাৰ চুলাই বিনষ্ট কৰিলে আৰক্ষীয়ে...
24/09/2026

অবৈধ চুলাই মদৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষীৰ অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৫২০ লিটাৰ চুলাই বিনষ্ট কৰিলে আৰক্ষীয়ে।

আজমল আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী মহচিনা ইমতিয়াজ লস্কৰৰ সফলতা AJS পৰীক্ষাত উত্তীৰ্ণ হৈ ন্যায়াধীশ হোৱাৰ গৌৰৱ অৰ্জন...
23/09/2026

আজমল আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী মহচিনা ইমতিয়াজ লস্কৰৰ সফলতা AJS পৰীক্ষাত উত্তীৰ্ণ হৈ ন্যায়াধীশ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে নীলবাগানৰ সুযোগ্য কন্যা মহচিনা ইমতিয়াজ লস্কৰে।

গোৱালপাৰা জিলাৰ চুনাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত Student's Alliance for Knowledge & Transformation ...
23/09/2026

গোৱালপাৰা জিলাৰ চুনাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত Student's Alliance for Knowledge & Transformation Initiative চমুকৈ SAKTI-ৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ উল্লেখযোগ্য জয়। সাধাৰণ সম্পাদককে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদত জয়লাভ কৰি SAKTI-য়ে অৰ্জন কৰিলে প্ৰথমটো বৃহৎ নিৰ্বাচনী সফলতা

গোৱালপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰছিদ মণ্ডল  হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হায়াত হাস্পতালত ভৰ্তি হ...
23/09/2026

গোৱালপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰছিদ মণ্ডল হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হায়াত হাস্পতালত ভৰ্তি হৈছে।

ভাৰত-বাংলাদেশ সীমান্তত নিশা ব্ৰহ্মপুত্ৰ নদীত BSF-ৰ অভিযানত ২৯টা চোৰাং গৰু জব্দ ।
23/09/2026

ভাৰত-বাংলাদেশ সীমান্তত নিশা ব্ৰহ্মপুত্ৰ নদীত BSF-ৰ অভিযানত ২৯টা চোৰাং গৰু জব্দ ।

Address

Goalpara

Website

Alerts

Be the first to know and let us send you an email when GLP Khabor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to GLP Khabor:

Shortcuts

Share