13/03/2026
গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা লক্ষিপুৰলৈকে সমগ্ৰ পথচোৱা "অসম মালা ৩.০" অধীনত উন্নীত কৰি অঞ্চলটোৰ পথ যাতায়তৰ এক নতুন অধ্যায়ৰ সূচনা কৰাৰ ক্ষেত্ৰত সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদৃঢ় পদক্ষেপৰ বাবে দুয়োকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।🙏🙏🙏
゚viralシalシ