Iconic Assam

Iconic Assam জয় আই অসম Want to Make a clean and corruption free Goalpara

চি.চি.কি যে লজ্জাৰ বিষয় হৈ পৰিছে ।মানুহ নে মানুহ ৰূপী শগুণ কবলৈ লাজ লগা হৈছে । এটা মাহে অতিক্ৰম কৰিব নোৱাৰিলে জুবিন দা'ৰ...
24/10/2025

চি.চি.কি যে লজ্জাৰ বিষয় হৈ পৰিছে ।
মানুহ নে মানুহ ৰূপী শগুণ কবলৈ লাজ লগা হৈছে । এটা মাহে অতিক্ৰম কৰিব নোৱাৰিলে জুবিন দা'ৰ মৃত্যু ! লাগি গল শগুণৰ দৰে মৰা শ লৈ টনা-আজোৰা ।
দৰাচলতে, আপোনালোকে জুবিন দা"ৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে, নে জুবিন দা'ৰ অচিলা লৈ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কাম কৰিছে বুজিবলৈ টান হৈছে !
মই কোনো নিৰ্দিষ্ট এটা দলৰ কথা কোৱা নাই ! ৰাজনৈতিক দল, জাতীয়তাবাদী সংগঠন, নেতা-অভিনেতা, গায়ক-গায়ীকা, লেখক-লেখিকা,সাংবাদিক কোনো গুণে কোনো কম নহয় । লাগি পৰিছে সকলো নিজৰ নিজৰ ব্যৱসায় বিস্তাৰত । প্ৰকৃতাৰ্থত আপোনালোকে জুবিন দা'ৰ ন্যায় বিচাৰি অপৰাধীয়ে শাস্তি পোৱাটো বিচাৰিছে নে ?
মূল কথাটো হল, সঁচাকৈ অন্তৰ্কনে জুবিন দা'ক ভাল পাই প্ৰতিবাদ কৰা সকল কিন্তু, এই প্ৰতিবাদৰ পৰা বহুত দূৰত থাকি গল । কাৰণ তেওঁলোক নিস্বাৰ্থ ভাবে জুবিন দা'ক ভাল পায় । আৰু যি কোনো মূল্যৰ বিনিময়ত জুবিন দা'ৰ অপৰাধী বাচি যোৱাটো নিবিচাৰে । যাৰ বাবে তেওঁলোক এই ৰাজনৈতিক মেৰপাকৰ পৰা আঁতৰি থাকিল ।
প্ৰকৃত জুবিন অনুৰাগী নিজৰ ব্যক্তি স্বাৰ্থ ত্যাগ কৰি,ৰাজনীতিৰ উৰ্ধত গৈ জুবিন দা'ৰ আদৰ্শক মানি লৈ জুবিন দা'ৰ আদৰ্শক অনুকৰণ কৰি কাম কৰি যাব ।
বাকীবোৰ মানে "পলিটিকচ নকৰিবা বন্ধু"...


জুবিনক্ষেত্ৰত নিয়মাৱলী জাৰি...
24/10/2025

জুবিনক্ষেত্ৰত নিয়মাৱলী জাৰি...


23/10/2025
আচলতে কি হবলৈ গৈ আছে এইবোৰ ?জুবিন গাৰ্গৰ ন্যায়ৰ নাম লৈ সকলো নিজৰ স্বাৰ্থপূৰণত ব্যস্ত দেখোন !    আগদিনা সাধাৰণ জনতাক আহ্ব...
23/10/2025

আচলতে কি হবলৈ গৈ আছে এইবোৰ ?
জুবিন গাৰ্গৰ ন্যায়ৰ নাম লৈ সকলো নিজৰ স্বাৰ্থপূৰণত ব্যস্ত দেখোন !
আগদিনা সাধাৰণ জনতাক আহ্বান জনাইছিল দীপাৱলী বৰ্জন কৰিবলৈ। আকৌ পিছদিনা কংগ্রেছী নেতাৰ বাসগৃহত পার্টীত ব্যস্ত গায়ক মানস ৰবীন ।


23/10/2025

জুবিন গাৰ্গ"ৰ ন্যায় বিচাৰি আৰম্ভ হোৱা ডিজিটেল আন্দোলনে বিশ্ব বাসীক আচম্বিত কৰি তুলিছে ।
যোৱা কেইটা মান দিনতেই 3M অতিক্ৰম কৰিলে ।


22/10/2025

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে আৰম্ভ হোৱা ডিজিটেল আন্দোলন বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ আন্দোলনলৈ পৰিণত ।
2.8M ৰো অধিক লোকে সামাজিক মাধ্যমত লিখিলে ।

21/10/2025

কি সুন্দৰ কণ্ঠ...
ভাগৱত পাঠৰ সময়ত
প্রিয়দর্শন ডেকাই
জুবিন দাক সুৱৰি বিষাদ ভৰা কণ্ঠ ।
এইবোৰহে ভাইৰেল হ'ব লাগে ।



অসমৰ সৰ্ববৃহৎ ডিজিটেল আন্দোলন !তিনি মিলিয়নৰ দিশে আগবাঢ়িছে এই ডিজিটেল আন্দোলন ।
21/10/2025

অসমৰ সৰ্ববৃহৎ ডিজিটেল আন্দোলন !
তিনি মিলিয়নৰ দিশে আগবাঢ়িছে এই ডিজিটেল আন্দোলন ।


21/10/2025

ছ'চিয়েল মিডিয়াত প্ৰায় ২৫ লাখ লোকে অংশ ল'লে ডিজিটেল আন্দোলনত ।
২.৫ মিলিয়ন লোকে সামাজিক মাধ্যমত লিখিলে
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আপুনিও কমেণ্টত লিখক


এইবোৰ ভাষ্যই আকৌ অসমখনক ভাগ ভাগ কৰিব । কোনে দিলে, এই অধিকাৰ তেওঁক ?   অকল অসমেই নহয় । সমগ্ৰ দেশতে জাতি বৰ্ণ নিৰ্বিশেষে জ...
20/10/2025

এইবোৰ ভাষ্যই আকৌ অসমখনক ভাগ ভাগ কৰিব । কোনে দিলে, এই অধিকাৰ তেওঁক ?
অকল অসমেই নহয় । সমগ্ৰ দেশতে জাতি বৰ্ণ নিৰ্বিশেষে জুবিন দাৰ ন্যায়ৰ বাবে বিভিন্ন আন্দোলনৰ লগতে ডিজিটেল আন্দোলনো পূৰ্ণ গতিত চলিছে । কিন্তু এই সকল লোকৰ বাবে জুবিন দাৰ বাবে ন্যায় বিচাৰি কৰি থকা আন্দোলন যেন কৰবাত অন্য দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে ।
সেয়ে এনে ধৰণৰ কদৰ্জময় ব্যক্তিৰ পৰা সমাজখনে আঁতৰি থকাই ভাল । অন্যথা আমি মূল উদ্দেশ্যৰ পৰা যেন কৰবাত হেৰাই যাম ।


Address

Goalpara

Telephone

+917002383179

Website

Alerts

Be the first to know and let us send you an email when Iconic Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Iconic Assam:

Share