ABP Assam

ABP Assam দুৰ্নীতিৰ বিৰুদ্ধে সত্য উদঘাটন কৰি সমাজৰ হৈ নিষ্ঠাৰে কাম কৰা আমাৰ লক্ষ।

03/11/2025

অহা ১৮ নবেম্বৰত পশ্চিম গোৱালপাৰাৰ শিমলাবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত হব।

02/11/2025

জলেশ্বৰত কংগ্ৰেছ দলৰ কৰ্মী সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সদস্য আব্দুৰ ৰহিমৰ অংশগ্ৰহণ।

02/11/2025

পশ্চিম গোৱালপাৰাৰ শিমলাবাৰী এছ এল কলেজিয়েটত হাইস্কুলত অহা ১৮ নবেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিন উপলক্ষে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব জুবিন সোঁৱৰণি অনুষ্ঠান।

01/11/2025

♦️ৰাইজৰ সেৱাৰ সাৰ্থত চাকৰি এৰি ৰাজনীতি লৈ-
♦️কংগ্ৰেছ দলৰ পৰা বিধায়ক হবৰ মন মেলিছে।
♦️২০২৬ বিধানসভা নিৰ্বাচনত জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰতাশী শিক্ষক আব্দুল আৱাল।

01/11/2025

পশ্চিম গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী আব্দুল আৱালৰ বাসগৃহত পৰ্যালোচনা সভা অনুষ্ঠিত।

পশ্চিম গোৱালপাৰাৰ ঘুগুডোবাত ভয়ংকৰ পথ দুৰ্ঘটনা।বাইকৰ আৰু ই-ৰিস্কা মাজত সংঘৰ্ষ। থিতাতে নি*হ*ত বাইক চালক।
01/11/2025

পশ্চিম গোৱালপাৰাৰ ঘুগুডোবাত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইকৰ আৰু ই-ৰিস্কা মাজত সংঘৰ্ষ। থিতাতে নি*হ*ত বাইক চালক।

জলেশ্বৰ বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী- মন্নাফ আলী।
31/10/2025

জলেশ্বৰ বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী- মন্নাফ আলী।

জনাওক আপোনাৰ মতামত।
31/10/2025

জনাওক আপোনাৰ মতামত।

30/10/2025

29/10/2025

♦️জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত বগুৱান চাটামাৰিৰ সংখ্যালঘু ৰাইজৰ ভলিষ্ট কণ্ঠ তথা বিশিষ্ট সমাজ সেৱক আব্দুৰ ৰহিম।♦️জলেশ্বৰ বিধানসভা সমষ্টিত খেলিব নিৰ্বাচন।

29/10/2025

♦️চুনাৰী মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় নবাগত আদৰণীৰ সভা।
♦️সংগীতৰ ভগৱান শিল্পী জুবিন গাৰ্গৰ গীতেৰে আৰম্ভ হোৱা নবাগত আদৰণী সভাখন জুবিন গাৰ্গৰ গীতেৰেই সফল সামৰণি পৰে।

Address

Joybhum
Goalpara
783129

Alerts

Be the first to know and let us send you an email when ABP Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ABP Assam:

Share