অসমীয়া সংস্কৃতি - Culture Of Assam

  • Home
  • India
  • Gohpur
  • অসমীয়া সংস্কৃতি - Culture Of Assam

অসমীয়া সংস্কৃতি - Culture Of Assam অসমীয়া সংস্কৃতি

30/06/2025

দিহা নাম

13/02/2025

সকলোকে page টো like, Follow আৰু share কৰিবলৈ অনুৰোধ jonalu

10/12/2024

নাম তাইৰ সুনিতা দাস ।
ঘৰ গহপুৰৰ অন্তৰ্গত ধন্দীত।
দুয়োটা চকুৰে নেদেখে ।
কিন্তু তাইৰ আছে কিছু সুকীয়া প্ৰতিভা ।
তাইৰ সুললিত কণ্ঠৰে বহুতো অনুষ্ঠানত গীত পৰিৱেশন কৰিছে যদিও প্ৰথমবাৰৰ বাবে ৰাসত গীত পৰিৱেশন কৰিছে। ভুল হলে ক্ষমা কৰিব আৰু
ভাল লাগিলে Share এটা কৰি দিব ।
#ৰাসলীলা #ৰাস #বাঁহী

05/12/2024

।। শ্লোক ।।
শ্ৰী কৃষ্ণায় বাসুদেবায়।।
কণ্ঠ - ধ্ৰুৱ গগৈ
খোল - লক্ষ্যদ্বীপ মহন্ত আৰু জয়ন্ত বৰুৱা
বাঁহী - দেৱজিৎ দাস
কি-বোৰ্ড - অপু আনন মুদৈ

ভাল লাগিলে আমাৰ পেজটো follow কৰি দিব ।।

#ৰাসলীলা #ৰাস #বাঁহী

30/11/2024

জয় গুৰু শংকৰ।।
কণ্ঠ - পাঞ্চজন্য শইকীয়া, সঞ্জীৱ ৰাজখোৱা, ৰাতুল বৰা
খোল - ভাস্কৰজ্যোতি ভূঞা,ভাৰ্গৱ বৰুৱা
বাঁহী- ধীৰাজ বৰা
যদি ভাল লাগে তেন্তে আমাৰ Page টো like আৰু follow কৰি দিব ।।
#ৰাসলীলা #বাঁহী #ৰাস

29/11/2024

হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে।।
কণ্ঠ - পাঞ্চজন্য শইকীয়া, সঞ্জীৱ ৰাজখোৱা, ৰাতুল বৰা
খোল - ভাস্কৰজ্যোতি ভূঞা,ভাৰ্গৱ বৰুৱা
বাঁহী- ধীৰাজ বৰা
যদি ভাল লাগে তেন্তে আমাৰ Page টো like আৰু follow কৰি দিব ।।
#ৰাসলীলা #বাঁহী #ৰাস

27/11/2024

পুতনা।।
নেগাৰা - জয়ন্ত বৰুৱা
পুতনা - ধ্ৰুৱ গগৈ
বাঁহী - দেৱজিৎ দাস
ভাল লাগিলে share কৰি দিব ।।
#ৰাসলীলা #ৰাস #পুটনা #বাঁহী #নেগেৰা

24/11/2024

আনন্দে গোবিন্দে নাচে
কণ্ঠ - ধ্ৰুৱ গগৈ ( পৰিস্মিতা বৰা )
বাঁহী - ধীৰাজ বৰা
বায়ন - সীমান্ত হাজৰিকা আৰু জয়ন্ত বৰুৱা #ৰাস #ৰাসলীলা
Keyboard - অপু আনন মোদৈ

04/10/2024

Just try. Please Ignore our Mistakes #বাঁহী

Address

NH 15 Kalabari
Gohpur
784178

Alerts

Be the first to know and let us send you an email when অসমীয়া সংস্কৃতি - Culture Of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share