05/06/2023
গহপুৰত কীৰ্তিমতি শৈক্ষিক ন্যাসৰ উদ্যোগত অভিনন্দন অনুষ্ঠান। গহপুৰত দ্বিতীয় স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তথা গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সহকাৰী শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত কীৰ্তিমতি শৰ্মাৰ স্মৃতিত গঠন হোৱা ন্যাসৰ নৱম বৰ্ষপুৰ্তীত ২০ গৰাকী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য, মানপত্ৰ আৰু গ্ৰন্হৰে উদগনি জনোৱা হয়।