06/10/2026
🔷প্ৰতিখন গাড়ী ৰৈ সেৱা কৰি যোৱা এক বিশেষ মন্দিৰ
🔷হালধিবাৰী বুঢ়ী মাই মন্দিৰৰ জাগ্ৰত শিলভাগি। 🔷য'ত আছে বহু অলৌকিক শক্তি। এই শিলভাগিতে বুঢী মা আয়ে জিৰণি লয় বুলি গভীৰ বিশ্বাস আছে। যি ভাগি শিল পথ নিৰ্মাণ কৰোঁতে আতৰাব পৰাও নাছিল, ভাঙিবও পৰা নাছিল।
মাৰ শক্তিৰে সকলোৰে সপোন সফলতাৰে সাৰ্থকত উপণীত হওঁক।