Biswanath AVGRS

Biswanath AVGRS অখিল ভাৰতীয় গো ৰক্ষা মহাসংঘ অসম প্ৰদেশ।,
বিশ্বনাথ জিলা

25/03/2025
27/01/2025
বৰ্তমান অসমত গৰুৰ Lumpy Skin Disease নামৰ এটা ভাইৰাচজনিত বেমাৰে গোঁ- পালকক জুৰুলা কৰি দিছে। এই বেমাৰ ভালদৰে চিকিৎসা কৰিল...
30/05/2023

বৰ্তমান অসমত গৰুৰ Lumpy Skin Disease নামৰ এটা ভাইৰাচজনিত বেমাৰে গোঁ- পালকক জুৰুলা কৰি দিছে। এই বেমাৰ ভালদৰে চিকিৎসা কৰিলেও ১৫-২০ দিন সময় লাগে ভালদৰে থিক হবলৈ।

সেইবাবে-
১) সদায় পশুধনৰ গল বিছনী আৰু শৰীৰ হাতেৰে মোহাৰি পৰীক্ষা কৰিব লাগে, তেতিয়া গম পোৱা যায় যে শৰীৰত টেমুনা সৃষ্টি হৈছে নেকি

২) যদি হৈছে অতি শীঘ্ৰে বেমাৰী পশুক বেলেগেকৈ ৰাখিব লাগে, লগতে দানা পানী দিয়া পাত্ৰটো বেলেগে কৰিব লাগে

৩) প্ৰথম অৱস্থাত ঘৰুৱা চিকিৎসা কৰিলে ও ভাল হৈ যায়, তাৰবাবে-

ক) জালুক -১০ গ্ৰাম
খ) নিমখ -১০ গ্ৰাম
গ) পান - ১০ খিলা

ভালদৰে পিছি লগত অলপ গুৰ লৈ তিনিভাগ কৰি দৈনিক তিনবাৰকৈ জিভাত সানি তিনি বা চাৰি দিন খুৱাব লাগে।

লগতে গোহালিটো নেট লগাই দিব লাগে আৰু সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।

এই বেমাৰে হলে গাভিনী গৰুৱে পোৱালী বিনচ কৰাৰ সম্ভাৱনা থাকে, লগতে খিৰতি গাইৰ গাখীৰ উৎপাদন কমি যায়।
সংগ্ৰহ

https://youtu.be/kEsueliduy8
19/05/2023

https://youtu.be/kEsueliduy8

মোৰ ভাললগা ৺মা ৰ কবিতা এটি সুৰ কণ্ঠেৰে প্ৰথম সূক্ষ্ম প্ৰয়াস এটি গীতৰ 🎤🎸 🎼🎶 শুভ মুক্তি অহা ২০ মে '২৩ ❤️ আশা কৰোঁ আপো....

17/05/2023
 #মহাসপ্তমীসমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা  পূজাৰ  #মহাসপ্তমীত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।শক্তিৰ অধিষ্ঠাত্ৰী  #মা...
02/10/2022

#মহাসপ্তমী

সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ #মহাসপ্তমীত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

শক্তিৰ অধিষ্ঠাত্ৰী #মা_দুৰ্গা দেৱীৰ কৃপাদৃষ্টিয়ে সকলো অপায়-অমংগল নাশ কৰি সকলোকে শুভদৃষ্টি প্ৰদান কৰক,তাকেই কামনা কৰি দেৱীৰ শ্ৰীচৰণত প্ৰণিপাত জনালোঁ।

Address

15 . PO&VILL . BRAHMAJAN
Gohpur

Telephone

+917002898861

Website

Alerts

Be the first to know and let us send you an email when Biswanath AVGRS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share