Times24 Assam

Times24 Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Times24 Assam, Media/News Company, Gohpur, Gohpur.

শোক সংবাদ
28/08/2026

শোক সংবাদ

23/08/2026

গহপুৰত নিশা ভয়ংকৰ অগ্নি-কাণ্ড৷ সাত খন ব্যৱসায় প্ৰতিষ্ঠান জ্বলি ভস্মীভূত৷ কোটি টকাৰ সম্পত্তিৰ ক্ষয়-ক্ষতি৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নি-কাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ৷

21/08/2026

📌 টকৌবাৰী গাঁও পঞ্চায়তৰ মনোমোহা পৰিবেশে এতিয়া আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি৷

19/08/2026

:গহপুৰ নগৰৰ মাজমজিয়াত অবৈধ সুৰা জব্দ । গহপুৰৰ আৰক্ষীয়ে NL06AA0918 নম্বৰ টেলৰ টেংকাৰ এখনৰ পৰা জব্দ কৰিলে অবৈধ অৰুনাচলী সুৰা। টেংকাৰ চালক পলাতক।

19/08/2026

গহপুৰত বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা। এইবাৰে চোৰে প্ৰৱেশ কৰিলে গহপুৰৰ বৰঙাবাৰীৰ টিফিন প‌ইন্ট নামৰ খাদ্যৰ বিপনীখনত। চোৰে বিপনীৰ দৰ্জা খুলি লৈ গ'ল নগদ ধনৰ ওপৰিও খাদ্য বস্তু।

সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় গহপুৰ অধিবেশন
18/08/2026

সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় গহপুৰ অধিবেশন

13/08/2026

অৰুনাচলীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত TMPKৰ

13/08/2026

ধেমাজিৰ মিংমাং বদতিত অৰুনচলী দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাক লৈ কি মন্তব্য কৰিলে বিশ্বনাথ জিলাৰ ATTSAৰ সম্পাদক নিলোৎপল ৰবিদাসে৷

12/08/2026

নিশা ১০ বজাতো অব্যাহত TMPK, MMK, TMMKৰ তীব্ৰ প্ৰতিবাদ

12/08/2026

পুৱা ৭ বজাৰ পৰা বৰ্তমানলৈকে অৰ্থনৈতিক পথ অৱৰোধ প্ৰতিবাদী কাৰ্য্যসুচী অসম অৰুনাচল সীমান্ত ৰাজগড়ত অব্যাহত ৰাখিছে মিচিং জনজাতীয় সংগঠন TMPK, MMk, TMMKৰ সংগঠনৰ বিষয়ববীয়া সকলে৷
ধেমাজি জিলাৰ মাংমিং বদতিত নিৰীহ লোকক গুলিচালনাৰ ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ৷

Address

Gohpur
Gohpur
784168

Website

Alerts

Be the first to know and let us send you an email when Times24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share