নয়নদিপ অসম

নয়নদিপ অসম Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নয়নদিপ অসম, Video Creator, Golaghat.

26/10/2024

সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ ✊
জয় আই অসম ✊

25/10/2024

আমি বীৰ লাচিত সেনা ✊

24/10/2024

বীৰ লাচিত সেনা অসম টেঙানী শাখা সমিতিৰ
প্ৰশাসনিক সচিব উপ সভাপতি আৰু লগতে দুজন সদস্য
যোৱা কালি আমি উপস্থিত থাকো যোৰহাট মেডিকেল ত
১নং টেঙানী বাসিন্দা মুহিৰাম গগৈ য়ে আমাক ২৩/১০/২০২৪তাৰিখে ৰাতি ১০:২৫ মান বজাত ফোন কৰী জনাই যে তেখেতৰ ৱাইফ গল্ড ব্লাদাৰ হৈছে যাৰ কাৰণে তেজৰ পইওজন আমি যোৰহাট মেডিকেল ত গৈ উপস্থিত হলো আৰু দুপেকেত ব্লাড দনেট কৰোঁ #বীৰলাচিতসেনাঅসমটেঙানীশাখাসমিতিৰ
#জয়আইঅসম

20/09/2024

অসমীয়াই কাম নকৰে , সেইয়া মিছা কথা ।।
কাম কৰা অসমীয়াক অসমীয়াই সমৰ্থন নকৰে , সহযোগ নকৰে সেইয়া এশ শতাংশ সঁচা কথা ।।

09/04/2024
15/03/2024

আকৌ যদি জাব লাগে শৰাইঘাটলৈ ✊ সৰুপথাৰ থানাত এনেদৰে সময় কতাই আছোঁ ✊✊

15/03/2024

আজি সৰুপথাৰত বীৰ লাচিত সেনা অসমৰ যি কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী আছিল । আমি তাত গণতান্ত্ৰিক ভাবে যি প্ৰতিবাদ কৰিছিলোঁ । সেই প্ৰতিবাদী কাৰ্যসূচীত বীৰ লাচিত সেনা অসমৰ গোলাঘাট জিলাৰ সাংগঠনিক সচিব ৰাজিৱ শইকীয়া লগতে টেঙানী শাখা সমিতি উপ-সভাপতি নয়নদিপ গোহাঁই সভাপতি দিব্যজ্যোতি নাথ সম্পাদক সুমন দুৱৰাকে ধৰি ছাত্ৰ মুক্তি মাইনা তামুলী অনুসূছিত জাতি ছাত্ৰ সন্থাৰ দিব্যজ্যোতি দাসকে ধৰি আন৪৫ জনমান বিষয় ববীয়াক পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰে । আমি এতিয়াৰ সৰুপথাৰ থানা অতিথি NO CAA জয় আই অসম ✊✊

14/03/2024

মুকলি আকাশৰ তলত বীৰ লাচিত সেনা অসমৰ সৈনিক সকল।।
জয় আই অসম।✊NO CAA

14/03/2024

আকৌ এবাৰ শৰাইঘাট ✊

14/03/2024

মুকলি আকাশৰ তলত বীৰ লাচিত সেনা অসমৰ সৈনিক সকল।।
জয় আই অসম।

13/03/2024

আজি শিৱসাগৰ ত বীৰ লাচিত সেনা অসমৰ যি কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী আছিল । আমি তাত গণতান্ত্ৰিক ভাবে যি প্ৰতিবাদ কৰিছিলোঁ । সেই প্ৰতিবাদী কাৰ্যসূচীত বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় বিষয় ববীয়াৰ লগতে গোলাঘাট জিলাৰ সম্পাদক অভিলাষ বৰাৰ লগতে আৰু কেইজনমান বিষয় ববীয়াক পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰে । আমি এতিয়াৰ শিৱসাগৰ থানা অতিথি NO CAA জয় আই অসম ✊✊

13/03/2024

কা আমি নেমানো ✊✊জয় আই অসম

08/03/2024

Address

Golaghat
785602

Website

Alerts

Be the first to know and let us send you an email when নয়নদিপ অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to নয়নদিপ অসম:

Share

Category